শীঘ্ৰে মহানগৰীত বন্ধ হ’ব হুক্কা বাৰসমূহ। বিগত ১৬ জুলাইত অৰ্থাৎ শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমে এখন বৈঠকত এই জাননী জাৰি কৰিছিল। এই কথা ঘোষণা কৰে GMCৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।
গুৱাহাটী পৌৰ নিগমে জাৰি কৰা জাননী অনুসৰি পৌৰ নিগমৰ অধীনৰ সকলো হুক্কা বাৰ স্থায়ীভাৱে বন্ধ কৰা হ’ব। বিগত ৫ জুনত পৌৰ নিগমৰ অধীনৰ সকলো হুক্কা বাৰ ক’ভিড-১৯ সংক্ৰমণৰ বাবে বন্ধ কৰি ৰখা হৈছিল।
Photo: Google





























Discussion about this post