‘সকলো কাম আৰক্ষী প্ৰশাসনে কেনেকৈ কৰিব। যদি আপোনালোকে কলিয়াবৰৰ ঘটনাটো চাই এইটো এটা ইংগিত যে আমাৰ যুৱ-প্ৰজন্ম কোন দিশে গৈ আছে। আজিকালি বহুত দেখিছো এনেকুৱা যে সন্তানে কান্দিলে অভিভাৱকে হাতত মোবাইল দি দিয়ে আৰু কয় খেল।
খেলোতে খেলোতে ক’ত গৈ পায়। আজি যিটো ল’ৰাক ধৰিলো তাৰ ব্ৰাউছিং হিষ্ট্ৰীত কেৱল পৰ্ণগ্ৰাফী। কালি ধৰাৰ পিছতো ঘৰত গৈও পৰ্ণগ্ৰাফী চাই আছিল। ভাৱক কিমান দূৰলৈ গৈ আছে।’- অভিভাৱকলৈ এই আহ্বান নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ। আপোনাৰ সন্তানে মোবাইলত কি কৰিছে নজৰ ৰাখক বুলি আহ্বান আৰক্ষী অধীক্ষকগৰাকীৰ।
Photo: Khatang Khobor





























Discussion about this post