শীতকালত (Winter Season) গা ধোৱাটো (Bath) এটা অতি টান কাম। ঠাণ্ডাত (Winter Season) গা ধুলে (Bath) বহুতে নিজৰ জীৱন যোৱাৰ নিচিনা বুলিও ভাৱে। কিন্তু গা নুধুলে শৰীৰৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰে আৰু আপুনি ৰাজহুৱা স্থানত লাজো পাব পাৰে। কিন্তু কিছুমান ব্যৱস্থা ল’লে শৰীৰৰ পৰা ঘামৰ দুৰ্গন্ধ অহা বন্ধ হৈ যাব আৰু কোনোৱে গমো নাপাব যে আপুনি গা ধোৱা (Bath) নাই। কেৱল এই উপায়সমূহ ব্যৱহাৰ কৰক কাষলতিৰ তলত।
উপায়সমূহ এনেধৰণৰ-
১. ঘাম দূৰ কৰিবলৈ অলপমান বেকিং চোডা আৰু এটোপাল গুলাপৰ পানী (Gulab Jal) মিহলাই দুফালৰ কাষলতিৰ তলত লগাওক। এই উপায়েৰে গোটেই দিনটোত আপোনাৰ দেহৰ পৰা দুৰ্গন্ধ নাহিব।
২. ১/৪ বেকিং চোডা আৰু কৰ্ণ ষ্টাৰ্চ, ১/৩ বাদামৰ তেল আৰু ৪ টোপাল সাধাৰণ তেল মিহলাই ৰাখি থওক আৰু গা ধোৱাৰ পিছত কাষলতিৰ তলত লগাওক।
৩. ১/৪ বেকিং চোডা আৰু আটা, ১/৩ নাৰিকল তেল আৰু ৪ টোপাল নীমৰ সাধাৰণ তেল মিহলাই ৰাখি থওক। এই পেকটো আপুনি ষ্টোৰ কৰি ৰাখিব পাৰে।
Photo: Google
Discussion about this post