Sexual Health: আহাৰ আৰু জীৱনশৈলীৰ সৈতে সংলগ্ন অভ্যাসবোৰে আপোনাৰ যৌন স্বাস্থ্য (Sex Life) প্ৰভাৱিত কৰে। যদি আপুনি নতুনকৈ বিবাহিত (Newly Married) বা হ’বলৈ ওলাইছে তেনেহ’লে কিছুমান বস্তু সেৱন কৰা পৰিহাৰ কৰক। এই বস্তুবোৰ খালে আপোনাৰ ক্ষতি হ’ব।
কফি (Coffee)
অধিক কফি খালে পুৰুষৰ কৰ্টিচোল নামৰ এক চাপ হৰমন সৃষ্টি হ’বলৈ আৰম্ভ কৰে। তাত কেফেইন থাকে, যাৰ ফলত হৰমনৰ ভাৰসাম্য নষ্ট হয়।
চীজ (Cheese)
চীজত যথেষ্ট চৰ্বি থাকে। ইয়াৰ সেৱনে শৰীৰত বিষাক্ত পদাৰ্থ প্ৰস্তুত কৰে। যাৰ বাবে পুৰুষ আৰু মহিলাৰ এষ্ট্ৰোজেন (Estrogen), প্ৰজেষ্টেৰন (Progesterone) আৰু টেষ্টোষ্টেৰনৰ (Testosterone) দৰে যৌন হৰমন (Sex Hormone) গঠন হোৱাত বাধা প্ৰদান কৰে। চীজ খোৱা পৰিহাৰ কৰিব।
মিণ্ট (Mint)
আপুনি মুখৰ দুৰ্গন্ধৰ পৰা সকাহ পাবলৈ মিণ্ট খায়, কিন্তু মিণ্টত থকা মেন্থলৰ ফলত কামোউত্তেজনা হ্ৰাস হয়, সেয়েহে ইয়াক সেৱন কৰাও পৰিহাৰ কৰক।
কৰ্ণফ্লেক্স (Corn Flakes)
কৰ্ণফ্লেক্স খালেও স্বাস্থ্যৰ ক্ষতি হয়। ইয়াক খালে যৌন জীৱনত (Sex Life) প্ৰভাৱ পৰে।
চডা (Soda)
যদি আপুনি বিবাহৰ গধুৰ আহাৰৰ পিছত চ’ডা খায় তেন্তে ই আপোনাৰ যৌন জীৱনত বিৰূপ প্ৰভাৱ পেলায়। চডাই আপোনাৰ ওজন আৰু মুডত প্ৰভাৱ পেলায়।
Photo: Google
Discussion about this post