Viral Video- বহুলোকে কণী খাবলৈ ভাল পায় আৰু কণী ভাল পোৱা সকলে বেছিকৈ খাব বিচাৰে আমলেটে (Omelette), কিন্তু আপুনি ভাবিছেনে ৪০টা কণীৰো অমলেট (40 Eggs Omelette) বনাব পাৰি? নহয় হয়নে, কিন্তু এনে এক আচৰিত ভিডিঅ’ বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভিডিঅ’টো এতিয়ালৈকে ১ কোটিতকৈ অধিক বাৰ চোৱা হৈছে।
চাওক Video-
আপোনালোকক জনাওঁ যে ইউটিউবত এই ভিডিঅ’টো ARE YOU HUNGRY চেনেলত আপলোড কৰা হৈছে। এতিয়া এই ভিডিঅ’টো ভাইৰেল হৈ আছে আৰু এতিয়ালৈকে এই ভিডিঅ’টো এক কোটিতকৈও অধিক বাৰ চোৱা হৈছে। মানুহে এই ভিডিঅ’টো চোৱাৰ পিছত বিভিন্ন ধৰণৰ মন্তব্যও কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘ইমান চৰ্বি দেখি কলেষ্টেৰলৰো হাৰ্ট এটেক আহি যাব।’
Photo: Lifeberry.com





























Discussion about this post