আপুনি ভাং (cannabis) খাই নেকি? ভাং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক যদিও ইয়াৰ উপকাৰিতা আছে আৰু অপকাৰিতাও আছে।
ভাঙৰ উপকাৰিতা-
১. ভাং খালে কেঞ্চাৰ ৰোগৰ নতুন কোষ গঠনত বাধা দিয়ে। কেমোথেৰাপি লৈ থকা সময়ত কম পৰিমাণে ভাং খালে এই ৰোগ বৃদ্ধি হ’ব নোৱাৰে।
২. ভাং খালে চকুৰ এবিধ জটিল ৰোগ গ্লৌক’মা হব নোৱাৰে। গ্লৌক’মা হলেও ঔষধৰ লগতে ভাং খালে সোনকালে আৰোগ্য হয়।
৩. ভাং খালে মানসিক অস্থিৰতা, দুঃচিন্তা আঁতৰ হয়, টোপনি ভাল হোৱাৰ উপৰিও কামত অধিক মনোযোগ দিব পাৰে।
৪. ভাং খালে পুৰণি গ্ৰহণী ৰোগ ভাল হয়।
৫. দীৰ্ঘম্যাদী বিষৰ পৰা সকাহ।
৬. হাঁওফাঁওৰ ক্ষমতা উন্নত কৰে।
৭. ওজন কমোৱাত সহায় কৰে।
৮. ডায়েবেটিছ ৰোগৰ বাবে ই উপকাৰী।
৯. কৰ্কট ৰোগৰ বাবে সহায়কাৰী।
১০. হতাশা দূৰ কৰাত সহায় কৰে।
১১. অটিজম চিকিৎসাত সহায়কাৰী।
১২. এলজাইমাৰ ৰোগীৰ বাবে উপকাৰী।
১৩. সুৰাপান কমোৱাত সহায় কৰে।
ভাঙৰ অপকাৰিতা-
১. ভাং খালে স্মৃতি শক্তি কমিবলৈ ধৰে।
২. মস্তিষ্কৰ বিকাশত বাধা ওপজে।
৩. পুৰুষৰ শুক্ৰ গঠনত বাধা ওপজে।
৪. বেছিকৈ ভাং খালে ওকালি, বমি আৰু শৰীৰৰ জলশূণ্যতা বা ডিহাইড্ৰেচন হয়।
৫. মহিলাই ভাং বেছিকৈ খালে মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হয়।
৬. ভাং বেছিকৈ খালে চিন্তা কৰিব পৰা শক্তি কমি যায়।
৭. ভাং বেছিকৈ খালে অস্থিৰ হৈ পৰে।
Photo: Google





























Discussion about this post