উৰ্ফি জাভেদক (Urfi Javed) তেওঁৰ Outlandish Sartorial Choiceৰ বাবে জনা যায়। আপুনি তেওঁৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত স্ক্ৰ’ল কৰি চাব পাৰে। অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে তাইৰ ছচিয়েল মিডিয়া একাউণ্টত Hot Photo পোষ্ট কৰিয়েই থাকে।
বেকলেছ পোছাক পিন্ধাৰ পৰা আৰম্ভ কৰি Sporting Waist-High Slitsলৈ, উৰ্ফি জাভেদে Bold Public Appearanceৰ পৰা আঁতৰি নাথাকে।
উৰ্ফি জাভেদে (Urfi Javed) যদিও বিগ বছ অ’টিটি হাউচৰ ভিতৰত মাত্ৰ এসপ্তাহৰ বাবে আচিলে, কিন্তু তাইৰ ফেশ্বনৰ বাবে ইণ্টাৰনেটত জনপ্ৰিয়।
অনলাইনত প্ৰকাশ পোৱা ফটো আৰু ভিডিঅ’ত, উৰ্ফিক পনিটেলত চুলি বান্ধি চি-থ্ৰু ক’লা পোছাক পিন্ধা দেখা গৈছিল।
তাইক শ্বাটাৰবাগৰ বাবে পোজ দিয়া দেখা গৈছিল আৰু সকলোৰে দৃষ্টি কাঢ়িছিল, কিন্তু ৰাজহুৱা স্থানত এনেধৰণৰ বিপদাশংকাৰ পোছাক পিন্ধা দেখি সুখী হোৱা নাছিল নেটিজেঞ্চ।
এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি ক’লে, ‘কিমান নিৰ্লজ্জ’। লগতে আন এজনে লিখিলে, “মই কেৱল এই মহিলাগৰাকীক তেওঁৰ নগ্ন কাপোৰেৰে চিনি পাওঁ আৰু অন্যথা মই নাজানো তেওঁ কোন আৰু তেওঁৰ কি কলা বা প্ৰতিভা আছে… মই ভাবো তাই সেয়াই বিচাৰে। ”
আন এজন ব্যৱহাৰকাৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰি কৈছিল, “অৰ্থহীন.. ৰাজহুৱা স্থানত এনে অশ্লীলতা কৰিব নালাগে.. সৰু ল’ৰা-ছোৱালী থাকে.. পিতৃ মাতৃ থাকে। এই সকলোবোৰৰ সন্মুখত এইবিলাক… এনে ধৰণৰ কথা সমৰ্থন নকৰিব মেম। আন এজনে আকৌ মন্তব্য কৰিছিল, “ডাঙৰ শব্দত… BE_SHARAM কৰবাৰ। ”
Photo: Zee News
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/exam-paper-leak-exam-postponed-at-morigaon-in-assam/4703/
Discussion about this post