• Home
  • Privacy Policy
  • Terms & Conditions
Monday, June 23, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    Small but MIGHTY !

    Small but MIGHTY !

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    “ডায়েৰী অব্ মণিপুৰ”  : মহা কুম্ভমেলাৰ মনালিছা ..

    “ডায়েৰী অব্ মণিপুৰ” : মহা কুম্ভমেলাৰ মনালিছা ..

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
Drugs Case: আৰয়ান খানে অনন্যা পাণ্ডেক সুধিছিল- If Ganja can be arrange, অনন্যা পাণ্ডেই দিছিল উত্তৰ: She will arrange

আৰবাজ খান নামৰ এজন যুৱকে গনেশৰ মূৰ্তিৰ ওপৰত ভৰি থৈ ফটো উঠা কুকাণ্ডক লৈ উত্তাল প্ৰতিবাদ

মুম্বাইৰ ৬০ মহলীয়া অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড; প্ৰাণ ৰক্ষাৰ বাবে জঁপিয়াই মৃত্যুক সাৱটিলে যুৱকে

Drugs Case: আৰয়ান খানে অনন্যা পাণ্ডেক সুধিছিল- If Ganja can be arrange, অনন্যা পাণ্ডেই দিছিল উত্তৰ: She will arrange

শ্বাহৰুখ খান (Shah Rukh Khan)ৰ পুত্ৰ আৰয়ান খান (Aryan Khan) যোৱা কেইবাদিনো ধৰি আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে

Khatang Khobor by Khatang Khobor
October 22, 2021
in মনোৰঞ্জন
0 0
Share on FacebookShare on Twitter

নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (NCB)য়ে ড্ৰাগছৰ গোচৰটোৰ ওপৰত নিৰন্তৰ ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু এতিয়া বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডে (Ananya Panday)ৰ নামো এই গোচৰটোত পোহৰলৈ আহিছে, তেওঁক এনচিবি বিষয়াসকলে সোধা-পোছা কৰি আছে। শ্বাহৰুখ খান (Shah Rukh Khan)ৰ পুত্ৰ আৰয়ান খান (Aryan Khan) যোৱা কেইবাদিনো ধৰি আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে। এতিয়া অনন্যা পাণ্ডে আৰু আৰয়ানৰ মাজত হোৱা কথোপকথন পোহৰলৈ আহিছে যাৰ ওপৰত অনন্যাই স্পষ্ট কৰি দিছে আৰু কৈছে যে তাই আৰয়ানৰ সৈতে ধেমালি কৰি আছিল।

আৰয়ান আৰু অনন্যাৰ মাজত কি হৈছিল কথা?
নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি, এনচিবিয়ে (NCB) যি হোৱাটছএপ চেটৰ আঁত ধৰি অনন্যা পাণ্ডে (Ananya Panday)ক সোধা-পোছা কৰি আছে, সেয়া আৰয়ান খান (Aryan Khan) আৰু অনন্যা পাণ্ডেৰ মাজৰ হয়। এই হোৱাটছএপ চেটত (WhatsApp Chat) আৰয়ান খান আৰু অনন্যাই গাঞ্জাৰ বিষয়ে কথা পাতি আছিল।

আৰয়ান আৰু অনন্যাৰ মাজত বাৰ্তালাপ(WhatsApp Chats)?
আৰয়ান খানে অনন্যা পাণ্ডেক সুধিছে- If Ganja can be arrange,
অনন্যা পাণ্ডেই দিলে উত্তৰ: She will arrange

অনন্যা পাণ্ডেই মেছেজক লৈ দিলে স্পষ্টীকৰণ
এনচিবি (NCB) সূত্ৰৰ অনুসৰি যেতিয়া অনন্যা পাণ্ডেক (Ananya Panday) এই বিষয়ে বৃহস্পতিবাৰে সোধা-পোছা কৰা হৈছিল তেতিয়া অনন্যাই কৈছিল যে তেওঁ আৰয়ান খানৰ সৈতে ধেমালি কৰি আছিল। সূত্ৰ অনুসৰি, ইয়াৰ উপৰিও তেওঁলোকৰ লগত এনেকুৱা চেট আছে, য’ত দুয়ো পৃথক-পৃথক সময়ত নিচাজাতীয় পদাৰ্থৰ (Narcotic Substances) বিষয়ে কথা পাতিছে।

এনচিবিৰ দ্বাৰা অনন্যা পাণ্ডেক প্ৰশ্ন কৰা হৈছিল
অনন্যা পাণ্ডে (Ananya Panday)ৰ ঘৰত বুধবাৰে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (NCB)ৰ দ্বাৰা তালাচী চলাই সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছিল। বৃহস্পতিবাৰে তেওঁক এনচিবি কাৰ্যালয়ত দীঘলীয়া সময়ৰ বাবে সোধা-পোছা কৰা হৈছিল। যোৱা নিশা, এনচিবিয়ে এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে আৰু মুম্বাইৰ এজন সন্দেহযুক্ত ড্ৰাগ চোৰাং ব্যৱসায়ীক আটক কৰা হৈছে। এতিয়া এনচিবিয়ে আজি (২২ নৱেম্বৰ) অনন্যাৰ সৈতে পাডলাৰক প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/news/fir-lodged-against-arbaz-khan-for-viral-facebook-photo-in-assam/3785/

Tags: Ananya PandayAryan KhanBollywoodDrugs CaseEntertainmentNCBShah Rukh KhanWhatsApp Chatঅনন্যা পাণ্ডেআৰয়ান খাননাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোবলীউডমনোৰঞ্জনশ্বাহৰুখ খান
Previous Post

আৰবাজ খান নামৰ এজন যুৱকে গনেশৰ মূৰ্তিৰ ওপৰত ভৰি থৈ ফটো উঠা কুকাণ্ডক লৈ উত্তাল প্ৰতিবাদ

Next Post

মুম্বাইৰ ৬০ মহলীয়া অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড; প্ৰাণ ৰক্ষাৰ বাবে জঁপিয়াই মৃত্যুক সাৱটিলে যুৱকে

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

পৰমাণু বিজ্ঞানীৰ টাৰ্গেট কিলিং : ইজৰাইলী মহিলা গুপ্তচৰ কেথৰিনৰ বাবেই বিধ্বস্ত ইৰান

পৰমাণু বিজ্ঞানীৰ টাৰ্গেট কিলিং : ইজৰাইলী মহিলা গুপ্তচৰ কেথৰিনৰ বাবেই বিধ্বস্ত ইৰান

June 23, 2025
আয়াতুল্লা আলী খামেইনী : ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতাই নুশুনে কাণেৰে, সোঁহাতখনো বিকল

আয়াতুল্লা আলী খামেইনী : ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতাই নুশুনে কাণেৰে, সোঁহাতখনো বিকল

June 19, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist