নেপালৰ বানপানী আৰু ভূমিস্খলনৰ ফলত প্ৰায় ২০০ লোকৰ মৃত্যু হোৱাৰ সময়তে উদ্ধাৰকাৰীয়ে জিপ লাইন আৰু নাও ব্যৱহাৰ কৰি জীৱিত লোকৰ ওচৰলৈ যায়।
যোৱা ২৮ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে নেপালৰ কাঠমাণ্ডুৰ বানপানীত বুৰ যোৱা আৱাসিক এলেকাৰ পৰা কায়াক ( kayak) ব্যৱহাৰ কৰি এটা কেঁচুৱাক উলিয়াই আনে নেপাল সেনাৰ জোৱানে এজনে।
Discussion about this post