খবৰ

হিমাচল প্ৰদেশৰ চিমলাত ধাৰাসাৰ বৰষুণৰ ফলত

বেয়া বতৰৰ বাবে হিমাচল প্ৰদেশত বিগত ২৪ ঘন্টাত প্ৰাণ গ'ল প্ৰায় ১৬ জনকৈ লোকৰ।সোমবাৰে হিমাচল প্ৰদেশৰ চিমলাত ধাৰাসাৰ বৰষুণৰ ফলত...

Read more

২০২৩ বৰ্ষৰ লাবণ্য শইকীয়া সোঁৱৰণি ভিউফাইণ্ডাৰ বঁটা

অসমৰ অগ্ৰণী ফটোগ্ৰাফীৰ শিক্ষানুষ্ঠান ভিউফাইণ্ডাৰে প্ৰতি বছৰৰ দৰে এইবছৰো অহা ১৯ আগষ্টত বিশ্ব আলোকচিত্র দিৱস পালন কৰিবলৈ প্ৰস্তুতি চলাইছে। নগাঁৱৰ...

Read more

চাহ গৱেষণাৰ ক্ষেত্ৰত নতুন পৰিক্ৰমা –

এটি কলি দুটি পাত। প্ৰায় ২০০ বছৰীয়া ঐতিহ্যৰে সমৃদ্ধ কেচাসোণৰ দেশ অসমৰ চাহ। অসমৰ এই ঐতিহ্যপূৰ্ণ চাহৰ সন্দৰ্ভত দীৰ্ঘদিনীয়া গৱেষণাৰ...

Read more

দিল্লীৰ চৰকাৰী- বেচৰকাৰী শিক্ষানুষ্ঠানত ম’বাইল নিষিদ্ধ কেজৰিয়াল চৰকাৰৰ !

শেহতীয়াকৈ দিল্লীৰ সকলোবোৰ চৰকাৰী- বেচৰকাৰী শিক্ষানুষ্ঠানত ম’বাইল নিষিদ্ধ কৰাৰ এক নিৰ্দেশনা জাৰি কৰিছে দিল্লী চৰকাৰৰ শিক্ষা বিভাগৰ সঞ্চালকে ৷ এই...

Read more

বৰঝাৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত আটক নাইজেৰিয়ান মহিলা ৷

জাদী মিকালে নামৰ নাইজেৰিয়ান মহিলা গৰাকীয়ে ভুৱা ভিছাৰে প্ৰৱেশ কৰিছিল ভাৰতত ৷ বুধবাৰে নিশা এয়াৰ এছিয়া বিমানেৰে নতুন দিল্লীৰ পৰা...

Read more

কে-নাইন স্কোৱাড শীলাই বুধবাৰে পুৱা শেষ নিস্বাস ত্যাগ কৰে ।

কাজিৰঙা, মানাহকে ধৰি বহুকেইখন ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ আৰু বন্যপ্ৰাণী অপৰাধ বিৰোধী অভিযানত বন বিভাগক অনবদ্য সহায় কৰা আৰণ্যকৰ বহু...

Read more

তিতাবৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ

তিতাবৰত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰক মন্তব্য কৰে। শুকুৰবাৰে তিতাবৰত পাম অইল আদিকে ধৰি বিভিন্ন বিষয়...

Read more

মৰিগাওঁত দেগাৰ দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি নিলে টকাৰ বেগ…

যোৱা নিশা মৰিগাওঁত সংঘটিক হ'ল এক চাঞ্চল্যৰ ডকাইতি কাণ্ডৰ। বাইকত অহা ৩ জনীয়া ডকাইতৰ দলে দেগাৰ দেখুৱাই  এখন ব্যৱসায়ী প্রতিষ্ঠানৰ...

Read more

কান্দি থকাৰ বাবেই শিশুক মাদক দ্ৰব্য খুৱাই দিলে মাতৃয়ে…

জীৱনৰ প্ৰথম শিক্ষাগুৰু গৰাকীয়েই হৈছে মাতৃ। সমস্ত পৃথিৱী সলনি হ'লেও কেতিয়াও সলনি নহয় মাতৃৰ মমতা। কিন্তু পৃথিৱীত এনে কিছুমান মাতৃ...

Read more
Page 37 of 226 1 36 37 38 226

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist