খবৰ

Road Accident: নৰ্মদা দৰ্শন কৰিবলৈ যোৱা ভক্তৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত; একেটা পৰিয়ালৰে ৩জন নিহত

মধ্য প্ৰদেশৰ অনুপপুৰ জিলাৰ অমৰকন্তক আৰক্ষী থানাৰ অন্তৰ্গত দেওবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজন লোক নিহত হয়।...

Read more

চোৰৰ Bad Luck! সামগ্ৰী চুৰি কৰি থকাৰ সময়তে মন্দিৰৰ ভিতৰত আৱদ্ধ হৈ পৰে ছফিকুল

বাক্সাৰ শালবাৰীৰ লক্ষ্মী মন্দিৰত চোৰৰ সন্ত্ৰাস। পুৱতি নিশা শালবাৰীৰ মাজমজিয়াত থকা লক্ষ্মী মন্দিৰত ভেণ্টিলেটৰ ভাঙি প্ৰৱেশ কৰে ধুমাৰপথাৰৰ ছফিকুল ইছলাম...

Read more

Viral Video: এনেকুৱাও হ’ব পাৰে Onlineত খাদ্য অৰ্ডাৰ কৰিলে! ডেলিভাৰী বয়ে ৰাস্তাৰ মাজতে চুৰি কৰি খালে খাদ্য; তাৰ পিছত…

ক'ৰোনা ভাইৰাছ মহামাৰীৰ পিছত খাদ্য ডেলিভাৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। মোবাইলত কেইটামান ক্লিক কৰি আৰু টেপ কৰাৰ পিছত প্ৰিয় খাদ্য...

Read more

NEW SOP: গুৱাহাটীৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা গুৱাহাটীলৈ আহ-যাহত নিষেধাজ্ঞা

গুৱাহাটীলৈ অহাৰ কথা ভাবিছে নেকি? যদি কোনো গুৰুত্বপূৰ্ণ কাম নাই তেন্তে এই সপ্তাহত নাহিব গুৱাহাটীলৈ। নিষেধাজ্ঞা প্ৰদান কৰিছে অসম চৰকাৰে।...

Read more

Supreme Courtৰ বাহিৰত যুৱক-যুৱতীয়ে নিজকে কৰিলে অগ্নিসংযোগ; কাৰণ?

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী(Delhi)ত উচ্চতম ন্যায়ালয় (Supreme Court)ৰ বাহিৰত এক শোকাৱহ ঘটনা সংঘটিত হয়। তাত এজন যুৱক আৰু যুৱতীয়ে আত্মহত্যা কৰিবলৈ...

Read more

এফালে সুৰামত্ত আৰক্ষীৰ টোপনি; পাছফালে দেশভক্তি গীত, স্বাধীনতা দিৱসত দায়িত্ব এৰি সুৰাপান কৰি ৰাস্তাতে শুই দিয়া কোন এইজন আৰক্ষী?

দেওবাৰে সমগ্ৰ দেশে পালন কৰিলে ৭৫ সংখ্যক স্বাধীনতা দিৱস। আৰক্ষী-প্ৰশাসন সকলোৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে উদযাপিত হ'ল স্বাধীনতা দিৱস। সকলো...

Read more

শিহৰণকাৰী Video: তালিবানৰ আতংকত কাবুলৰ পৰা উৰা মৰা বিমানৰ পৰা পৰিল বহু যাত্ৰী

ভয়ংকৰ তথা শিহৰণকাৰী দৃশ্য। তালিবানৰ আতংকত কাবুলৰ পৰা উৰা মৰা বিমানৰ পৰা পৰিল বহুকেইগৰাকী যাত্ৰী। যাত্ৰীৰে ভৰা বিমানত নিজকে বান্ধি...

Read more

এটা মোবাইল ফোন; এডাল হেডফোন আৰু ৰে’লৰ খুন্দা, পৰিণতি…

বৰ্তমান মানৱ জীৱনত এবিধ মূল্য়ৱান সামগ্ৰী। যাৰে নাম মোবাইল ফোন। এই মোবাইলৰে এটা অবিচ্ছেদ্য অংগ হেডফোন। প্ৰায়ে লোকে কথা পাতিবলৈ...

Read more

Afghanistanত কিমান ভয়ানক পৰিস্থিতি, Indiaলৈ অহা আফগান শৰণাৰ্থীসকলে কৰিলে প্ৰকাশ

আফগানিস্তান (Afghanistan)ৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনী (US Army)ৰ প্ৰস্থানৰ পিছত তালিবান (Taliban) আফগানিস্তানত ক্ষমতা দখল কৰিছে। কি কাবুল (Kabul), কি...

Read more

অৱশেষত ৰাইজৰ জালত নুৰ ইছলাম; অলংকাৰৰ পৰা আৰম্ভ কৰি ইনভাৰ্টাৰো চুৰি কৰিছিল নুৰে

অৱশেষত ৰাইজে কৰায়ত্ত কৰিলে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নলীগাঁৱত চাফাই অভিযান চলোৱা চোৰক। ৰাইজে ঘৰৰ পৰা উঠাই আনিলে...

Read more
Page 197 of 226 1 196 197 198 226

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist