খবৰ

ভূমি আৱণ্টনত নাম সাঙোৰ খাইছে বিধায়ক আমিনুল ইছলাম আৰু পত্নী মেৰিনা খানমৰ নাম

মানকাচৰত (Mancacher) ভূমি আবণ্টনত (Land allotment) জড়িত জিলা পৰিষদৰ সভানেত্ৰী তথা বিধায়কৰ পত্নী মেৰিনা খানম ৷ মানকাচৰত চৰকাৰী ভূমি আবণ্টনত...

Read more

চিকেন পকৰী খালে পাব ১ লাখ টকা; এই কোম্পানীটোৱে দিব আপোনাক এই সুবিধা, শীঘ্ৰে আৱেদন কৰক

পৃথিৱীত এটাৰ পিছত আনটো ভাল চাকৰি (Jobs) আছে যি ছচিয়েল মিডিয়াত (Social Media) আলোচনাৰ কেন্দ্ৰবিন্দু হৈ থাকে। শেহতীয়াকৈ এটা চাকৰি...

Read more

কণ্ঠশিল্পী ভৃগু কাশ্যপৰ মাৰ্চিদিজ (Mercedes) গাড়ীত সুৰামত্ত যুৱকৰ লাথ-গুৰি; যুৱকজনক আটক

বৰপেটাৰ (Barpeta) সৰভোগৰ কামাৰগাঁৱত কণ্ঠশিল্পী ভৃগু কাশ্যপৰ (Vreegu Kashyap) গাড়ীৰ ক্ষতিসাধন। গুণজিৎ বৰ্মণ নামৰ এজন যুৱকক আটক (Detain)। সৰভোগৰ (Sorbhog) কমাৰগাঁৱত...

Read more

অংক নোৱাৰাৰ বাবে নৱম শ্ৰেণীৰ ছাত্ৰীক হাত, পিঠি আৰু ডিঙিত নিৰ্মমভাৱে প্ৰহাৰ শিক্ষকৰ; নিলম্বন শিক্ষক

মৰিগাঁৱৰ (Morigaon) এখন বিদ্যালয়ত অংক নোৱাৰাৰ বাবে নৱম মানৰ ছাত্ৰীক শাৰীৰিক অত্যাচাৰ (Physical Harrasment)। চৰাইবাহী শংকৰদেৱৰ শিশু বিদ্যা নিকেতনৰ অংক...

Read more

জঘন্য কাণ্ড! খোৱা বস্তু দিয়া চলেৰে মাতি নি ২২ মহীয়া কন্যা শিশুক ধৰ্ষণ ১৫ বছৰীয়া কিশোৰৰ

গোলকগঞ্জৰ (Golakganj) হালাকুৰাত জঘন্য কাণ্ড। এটি ২২ মহীয়া কন্যা শিশুক ধৰ্ষণৰ (Rape) অভিযোগ উত্থাপন হৈছে। অভিযুক্ত ১৫ বছৰীয়া কিশোৰক আটক...

Read more

বগা কাপোৰ পিন্ধি নিশা ভূত হৈ মানুহক ভয় খুৱাবলৈ ঘৰৰ পৰা ওলাইছিল মহিলা; তাৰ পিছৰ পৰিণতি…

এগৰাকী মহিলাই (Woman) তেওঁৰ চুবুৰীয়াসকলক ভয় খুওোৱাৰ মূল্য পৰিশোধ কৰিব লগা হ'ল। মহিলাগৰাকীয়ে নিশা ভয়ানক মেক আপ কৰি বগা পোছাক...

Read more

‘অসমীয়াৰ মূৰত প্ৰস্ৰাৱ কৰি দিম’- অসমীয়াক অনা-অসমীয়াৰ অভদ্ৰ আচৰণ; ৰাস্তাত কাণত ধৰাই উঠা-বহা কৰোৱালে ব্যৱসায়ীক

যোৰহাটত (Jorhat) তৰাজানত শ্যাম ষ্টিল এণ্ড ষ্টেচনাৰী নামৰ এখন হাৰ্ডৱেৰ দোকানত এজন লোকে টাইলছৰ বাবে টকা দিয়াৰ পিছতো সময় মতে...

Read more

১৪ বছৰৰ মূৰত বাঢ়িবলৈ ওলাইছে দিয়াশলাই বাকচৰ দাম; ডিচেম্বৰৰ পৰা ১ টকাৰ বাকচ ২ টকাত কিনিব লাগিব

১৪ বছৰত একমাত্ৰ বস্তু যিয়ে আপোনাৰ পকেট পাতল কৰা নাই! মূল্যবৃদ্ধিৰ (Price Hike) বোজাত অলপ 'পাতল' হৈছে যদিও, দাম বৃদ্ধি...

Read more

টকা নহয়, আ-অলংকাৰো নহয়; চোৰৰ শেন চকু চৰকাৰী স্কুলৰ পানীৰ মটৰত

চৰকাৰী স্কুলৰ ওপৰত শেন চকু চোৰৰ (Thief)। কমলপুৰ সমষ্টিৰ অন্তৰ্গত পশ্চিম বোৰ্কা প্ৰাথমিক বিদ্যালয়, দালাং মিলন প্ৰাথমিক বিদ্যালয়, বিদ্যালয় আৰু...

Read more

অমানুষিক! পাষণ্ড পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে মাতৃয়ে; সুৰামত্ত পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক

বৰপেটাৰোডৰ (Barpeta) খৈৰাবাৰীত পাষণ্ড পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ। বৰপেটাৰোড আৰক্ষীচকীৰ অন্তৰ্গত খৈৰাবাৰীৰ মিলন বস্তীত সংঘটিত হয় এই শোকাৱহ...

Read more
Page 164 of 226 1 163 164 165 226

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist