খবৰ

ভয়ংকৰ পথ দুৰ্ঘটনা; ৰখাই থোৱা ট্ৰাকত খুন্দা বাইকৰ, একেলগে ৩জন যুৱকে হেৰুৱালে প্ৰাণ, নিহত ৩জনৰ ভিতৰত এজন নৱ বিবাহিত আৰু এজন আক্ৰাছু নেতা

ধুবুৰীত (Dhubri) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত খৰিদা গোঁসাইগাঁও কালি মন্দিৰৰ...

Read more

পৰীক্ষাত নকল (Exam Cheating) কৰাৰ এনে কৌশল হয়তো আপুনি কেতিয়াও দেখা নাই; দশম শ্ৰেণীৰ ছাত্ৰই নকল কৰাৰ ভিডিঅ’ দেখিলে আপুনিও হ’ব আচৰিত, চাওক Viral Video

10th Board Exam Cheating Viral Video: যেতিয়া পৰীক্ষাৰ সময়ত নকল কৰাৰ কথা আহে, শিক্ষাৰ্থীসকলৰ বিভিন্ন পৰামৰ্শ আৰু কৌশল থাকে (Tips...

Read more

নিৰ্লজ্জ কাণ্ড! বিমানৰ ভিতৰতে মহিলাৰ সন্মুখত ৪ বাৰকৈ ‘হস্তমৈথুন’ (Passenger Masturbated In Front Of A Woman) কৰি গ্ৰেপ্তাৰ বিমানযাত্ৰী; ধৰা পৰাৰ পিছত লোকজনে কৈছিল ‘মই মহিলাগৰাকীৰ অনুমতি লৈছিলো’

দক্ষিণ-পশ্চিম এয়াৰলাইনছৰ (Southwest Airlines) এজন যাত্ৰীয়ে চিয়েটলৰ পৰা ফিনিক্সলৈ যোৱা বিমানত চাৰিবাৰ পৃথক-পৃথক সময়ত এগৰাকী মহিলাৰ সন্মুখত হস্তমৈথুন (Passenger allegedly...

Read more

ভগৱানৰ ঘৰত চুৰি কৰি ভগৱান গ্ৰেপ্তাৰ; লগতে দুই সহযোগী চোৰ চামাদ উদ্দিন আৰু ৰুহুল আহমেদো পৰিল আৰক্ষীৰ জালত

বৰপেটাৰ সত্ৰ নামঘৰত (Barpeta Satra Namghar) চুৰিৰ সৈতে জড়িত ভগৱান মজুমদাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ আৰক্ষীৰ জালত ভগৱানৰ সহযোগী আন দুজনকো...

Read more

পুনৰ এনকাউণ্টাৰ (Encounter); আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত মনজিৎ বসুমতাৰী, ৰাজা বড়ো হত্যাকাণ্ডত ব্যৱহৃত লুকাই থোৱা পিষ্টল দেখুৱাই দি এন্ধাৰৰ সুযোগ লৈ পলাবলৈ কৰিছিল চেষ্টা

অসম আৰক্ষীৰ (Assam Police) পুনৰ এনকাউণ্টাৰ (Encounter)। এইবাৰ আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত (Dacoit) মনজিৎ বসুমতাৰী। চিৰাঙৰ (Chirang) হাগ্ৰামা দলঙৰ...

Read more

ভয়ংকৰ ঘটনা; পুত্ৰই ৬০ বছৰীয়া বেমাৰী মাতৃক দলিয়াই দিলে নদীত (Man Throws Mother), হত্যাৰ কাৰণ শুনিলে আপোনাৰো উঠিব খং!

Karnataka man throws mother in river: কৰ্ণাটকৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। তাত য়াদগিৰ (Yadgir) জিলাত এজন ৩৮ বছৰীয়া...

Read more

ছবিখন চাই কওক ইয়াত কিমানটা ৩ আছে? ৯৯% লোকৰে উত্তৰ ভুল, আপুনি ক’ব পাৰিবনে? চাওক Optical Illusion Viral Photo

Viral Photo: ছচিয়েল মিডিয়াত এইকেইটা দিনত অপ্টিকেল ইলিউছন অৰ্থাৎ (Optical Illusion) 'চকুৰ ভ্ৰম'ৰ বহুতো ছবি ভাইৰেল হৈয়েই থাকে। কিন্তু বৰ্তমান...

Read more

‘ইমান বঢ়িয়া লাগে তোমাক চুমা খাই, মই বহুত চুমা খাম তোমাক’- ফোনত ছাত্ৰীৰ সৈতে ‘ডেকা ছাৰ’ৰ অশ্লীল কথা; ভাইৰেল হৈ পৰিছিল ফোনৰ এই সকলো কথা, তাৰ পিছত…

বাইহাটা চাৰিআলিত (Baihata Chariali) গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সনা প্ৰধান শিক্ষক পৰেশ ডেকা অৱশেষত আৰক্ষীৰ জালত (Teacher Paresh Deka Arrest)।...

Read more
Page 102 of 226 1 101 102 103 226

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist