অসম

UPSC য়ে বাতিল কৰিলে পূজা খেডকাৰৰ প্ৰাৰ্থীত্ব : ভৱিষ্যতে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা নিষেধাজ্ঞা

কেন্দ্ৰীয় লোকসেৱা আয়োগে বুধবাৰে বিতৰ্কিত প্ৰশিক্ষাৰ্থী  আইএএছ বিষয়া পূজা খেডকাৰৰ অস্থায়ী প্ৰাৰ্থীত্ব বাতিল কৰাৰ লগতে আয়োগে অনুষ্ঠিত কৰা ভৱিষ্যতৰ সকলো...

Read more

৯ বছৰ ধৰি নহ’ল স্বপ্নীলৰ পদোন্নতি; পদক লাভ কৰাৰ পিছতে ডাব’ল প্ৰমোচনৰ ঘোষণা ৰে’লৱেৰ

ঐতিহাসিক ব্ৰঞ্জৰ পদক জয়ৰ পিছত ২ আগষ্টত (শুকুৰবাৰে) চেণ্ট্ৰেল ৰে’লৱেই স্বপ্নিল কুছালেক দুগুণ প্ৰমোচন প্ৰদান কৰিছে। অলিম্পিক গেমছত  ৫০ মিটাৰ...

Read more

আজি বিজেপি ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই…

আজি আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। দীৰ্ঘদিন ধৰি বিজেপি নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি অহা অশোক...

Read more

পেৰিছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাঃ ৪ আগষ্টত পৰৱৰ্তী মেচ…

পেৰিছ অলিম্পিকত বিজয়ৰে যাত্ৰা আৰম্ভ কৰিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে। ৩১ জুলাই, বুধবাৰে লাভলীনাই ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়ায়। মেচখনত...

Read more

প্ৰবীণ ক্ৰিকেটাৰ অংশুমান গাইকোৱাড় (Anshuman Gaekwad) আৰু নাই : ৭১ বছৰত সামৰিলে জীৱন নাট

ভাৰতৰ প্ৰাক্তন বেটছমেন তথা প্ৰশিক্ষক অংশুমান গায়কোৱাড়ে (Anshuman Gaekwad) ৰক্ত কৰ্কট ( blood cancer) ৰোগৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত বুধবাৰে...

Read more

ৰাহুলৰ ‘বাজেট হালোৱা’ মন্তব্য …

সোমবাৰে লোকসভাত ৰাহুল গান্ধীয়ে মোডী ৩.০ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলায়। বাজেটৰ হালোৱা কাৰ্যসূচীক লৈ তেওঁ কেন্দ্ৰক তীব্ৰ কটাক্ষ কৰে।...

Read more
Page 9 of 120 1 8 9 10 120

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist