অসম

ৰাজ্যত পুনৰ এনকাউণ্টাৰ! পলাবলৈ চেষ্টা কৰোতে গুলীবিদ্ধ ২ ড্ৰাগছ ব্যৱসায়ী

তিনিচুকীয়াৰ আৰক্ষীৰ (Tinsukia Police) বৃহৎ সাফল্য। ড্ৰাগছ ব্যৱসায়ীৰ (Drug Peddler) বাহনলৈ আৰক্ষীৰ গুলীচালনা (Firing)। গুলীবিদ্ধ দুজন ড্ৰাগছ ব্যৱসায়ী। AS-03-Z-7172 নম্বৰৰ...

Read more

কেবিনেটত সিদ্ধান্তঃ শহুৰৰ ঘৰলৈ যাবলৈ জোঁৱাইকে পাব দুদিনৰ ছুটি; নোহোৱা হ’ব নাৰ্ছাৰী-কে জি-প্ৰাইমেৰী-আপাৰ প্ৰাইমেৰী -ক্লাছ ৱান আৰু ক্লাছ টু

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে অতিৰিক্ত চুটি মঞ্জুৰ কৰিছে ৰাজ্য চৰকাৰে (State employees to get additional leave)। আজি বঙাইগাঁৱত অনুষ্ঠিত হোৱা...

Read more

হৃদয় কঁপি যোৱা এক দৃশ্য! হাতত ২ মহীয়া কেঁচুৱা লৈ চাদৰ পৰা আত্মহত্যাৰ চেষ্টা এগৰাকী মহিলাৰ; আৰক্ষীয়ে ক’লেও নাহে নামি, আচলতে ঘটনা কি…?

মৰিগাঁও (Morigaon) মিকিৰগাঁৱত (Mikirgaon) উত্তেজনা ৷ প্ৰায় ৩ /৪ ঘণ্টা জোৰা এক শ্বাসৰূদ্ধকৰ পৰিৱেশ ৷ এগৰাকী মহিলাই হাতত এটা পানী...

Read more

কৰুণ! খেলি থাকোতে বিদ্যালয়ৰ দেৱাল খহি পৰাত প্ৰাণ হেৰুৱাই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ নুৰ আলমে

গোৱালপাৰা (Goalpara) জিলাৰ বগুৱান থানাৰ অন্তৰ্গত দাৰিৰপাৰত এক শোকাৱহ ঘটনা (Tragic Incident) সংঘটিত হয়। দাৰিৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ সীমাৰ দেৱাল হঠাৎ...

Read more

‘গো’ মাংস বিক্ৰী কৰি থকাৰ সময়তে হাতে-লোটে পৰিল ধৰা; ২ যুৱক আটক

তিনিচুকীয়াত (Tinsukia) 'গো' মাংস বিক্ৰী (Cow Meat) কৰাৰ সময়তে হাতে-লোটে পৰিল ধৰা। এটা ইটাভাটাৰ আঁৰত কৰা হৈছিল 'গো' মাংস বিক্ৰী।...

Read more

ভাওনাৰ নামত এয়া কি? ৰাসৰ নৃত্যত হাফ পেণ্ট পিন্ধি একাংশ শিল্পীৰ বহুৱালি; দিলে flying Kiss, কৰিলে বহু উদ্ভণ্ডালি

ৰাসৰ (Ras) নৃত্যত বহুৱালি। গুৰুজনাই দি থৈ যোৱা কৃষ্টি সংস্কৃতি প্ৰবিত্র ৰাস নৃত্যত এইবাৰ বহুৱালি কৰিলে মৰিগাঁৱৰ (Morigaon) বৰঙাবাৰীত। প্ৰবিত্র...

Read more

পঢ়োৱাত নহয় গুৰুত্ব ছাত্ৰীৰ দেহত! ‘পৰ্ণ’ চাই পাইছানে নে নাই; ডিচেম্বৰত এদিনৰ বাবে ফুৰিবলৈ যাবা নেকি, এই অশ্লীল মেছেজ কলেজ ছাৰৰ

ছাত্ৰীয়ে 'পৰ্ণ' (Porn) চাই নে নাচায় জানি বৰ ভাল পায় ছাৰে। গাভৰু ছাত্ৰীৰ শৰীৰ দেখিলে ৰ'ব নোৱাৰা আফ্তাফিজুৰ ছাৰৰ মেছেজ...

Read more

সশ্ৰদ্ধ প্ৰণাম; আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ (Tarun Gogoi) প্ৰথম মৃত্যু বাৰ্ষিকী

অসমৰ ৰাজনীতিত ১৫ বছৰে সিংহাসনত বহি ৰাজ্য চলোৱা লগতে সমগ্ৰ অসমবাসীৰে প্ৰিয় নেতাগৰাকী নথকা আজি এটা বছৰেই হ'ল। ২০২০ বৰ্ষৰ...

Read more

ফলোৱাৰ বঢ়াবলৈ লুঙী, শাড়ী পিন্ধা লোকৰ অশ্লীল ভিডিঅ’ আৰু ফটো কৰে আপলোড; নিৰ্লজ্জ শিক্ষক ফকৰুল ইছলামৰ জঘন্য কাণ্ড

হোজাইৰ (Hojai) ডবকাত (Dabaka) ৰাইজৰ ৰোষত শিক্ষক ব্লেকমেইলাৰ ৷ শিক্ষক সমাজত লজ্জানত কৰিলে এইজন শিক্ষকৰ ৰূপত ব্লেকমেইলাৰে ৷ নিজৰ ছচিয়েল...

Read more

গৃহ ত্যাগ কৰি Ulfa-Iত যোগদান কৰিবলৈ যোৱা ৩ যুৱকক আটক

আলফা (স্বাধীন) (Ulfa-I)ত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক ভাৰত-ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ পৰা আটক (Detain) কৰিছে অসম ৰাইফলছৰ জোৱানে...

Read more
Page 81 of 120 1 80 81 82 120

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist