Thursday, February 20, 2025

খাদ্য

Health Tips: হাৰ্টৰ আকাৰৰ ষ্ট্ৰবেৰী (Strawberry) খাই সকলোৱে হয়তো ভাল পায়; পিছে জানেনে ইয়াৰ এনেকুৱা গুণাগুণ আছে, যিবিলাক পঢ়ি আপুনিও হ’ব আচৰিত, তাৰ বাবে জানি লওক ইয়াৰ লাভালাভবোৰ কি কি?

প্ৰায় হৃদযন্ত্ৰৰ দৰে গাঁথনি থকা ষ্ট্ৰবেৰী (Strawberry) ফলক আটাইতকৈ আকৰ্ষণীয় ফল বুলি কোৱাটো ভুল নহ'ব। উজ্জ্বল ৰঙা ৰঙৰ এই ফলবিধ...

Read more

Health Tips: লিচু (Lychee) হয়তো আপুনিও নিশ্চয় খাই ভাল পায়; কিন্তু আপুনি জানেনে গ্ৰীষ্মকালৰ আটাইতকৈ প্ৰিয় এইবিধ ফলৰ আছে বহু আশ্চৰ্যকৰ লাভালাভ, আহক জানো কি কি?

লিচু (Lychee) গ্ৰীষ্মকালৰ আটাইতকৈ প্ৰিয় ফল। লিচু এবিধ ঋতুকালীন ফল। সেয়ে বছৰৰ এক নিৰ্দিষ্ট সময়ত, তাকো অতি কম দিনৰ বাবেহে...

Read more

Health Tips: নেমু (Lemon) সকলোৰে পাকঘৰত পোৱা এবিধ সাধাৰণ টেঙা ফল; কিন্তু এই সাধাৰণ ফলবিধৰো আছে অসাধাৰণ গুণ, যিবোৰ আপোনালোকে হয়তো নাজানে, যদি নাজানে তেন্তে জানি লওক লাভালাভবোৰ কি কি?

Lemon Health Benefits: প্ৰাকৃতিক গুণেৰে সমৃদ্ধ এবিধ সহজলভ্য ফল হৈছে নেমু (Lemon)। ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত নেমুৰ ভূমিকা...

Read more

Health Tips: পুৰুষসকলে (Men’s Health) তেওঁলোকৰ প্ৰজনন ক্ষমতা আৰু এনাৰ্জী লেভেল বৃদ্ধি কৰিবলৈ খাওক কেৱল এই ৫বিধ বস্তু, আহক জানো কি কি?

Foods For Men's Health Fertility: শৰীৰ স্বাস্থ্যৱান ৰাখিবলৈ পুৰুষসকলে এনে ডাইট গ্ৰহণ কৰিব লাগে যি তেওঁলোকৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজনীয়তা সহজে...

Read more

Health Tips: আঙুৰ (Grapes) খায় ভাল পায়নে? যদি পায় আপোনাৰে হৈ আছে লাভ; পিছে জানেনে ইয়াৰ লাভালাভবোৰ কি কি?

স্বাস্থ্যৰ বাবে অতিকে উপকাৰী ফলবিধ হৈছে আঙুৰ (Grapes)৷ ইয়াৰ সোৱাদ টেঙা-মিঠা ৷ আঙুৰক ‘মাতৃ-দুগ্ধ’ৰ সমান বুলি গণ্য কৰা হয় ৷...

Read more

Health Tips: গৰমৰ দিনত প্ৰতিদিনে খোৱা আৰম্ভ কৰি দিয়ক নাৰিকল পানী (Coconut Water); কাৰণ ইয়াৰ আছে বহু আশ্চৰ্যজনক লাভালাভ যি হয়তো আপুনি আজিলৈ জনা নাছিল, আহক জানো কি কি?

Benefits Of Coconut Water: গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে, আমি আমাৰ শৰীৰক হাইড্ৰেটেড (hydrated) কৰি ৰাখিবলৈ বিভিন্নধৰণ উপায় অৱলম্বন কৰো...

Read more

Health Tips: কোমোৰাৰো (White Gourd) আছে বহু লাভালাভ; কেৱল খাব দিলে নাখাও বুলি নক’ব, পুৰুষৰ বৃদ্ধি হ’ব এইবিধ বস্তু, তাৰ আগতে জানি লওক ইয়াৰ গুণাগুণবোৰ কি কি?

গোটা পাচলিৰ ভিতৰত এবিধ ডাঙৰ পাচলি হ’ল কোমোৰা (White Gourd)। চিলিণ্ডাৰসদৃশ বগা বৰণৰ কোমোৰাৰ বৈজ্ঞানিক নাম। হোৱাইট গাৰ্ড মেলন, এছগাৰ্ড,...

Read more

Health Tips: আদা (Ginger) খায় নে নাখায়? যদি খায় পাব আশ্চৰ্যকৰ লাভালাভ; যদি নাখায় তেন্তে আজিৰে পৰা খোৱা আৰম্ভ কৰক, তাৰ আগতে জানি লওক লাভালাভবোৰ কি কি?

আদা (Ginger) এবিধ মছলা আৰু ভেষজজাতীয় ঔষধি উদ্ভিদ। মছলাজাতীয় উদ্ভিদৰ ভিতৰত আদা অন্যতম। মছলা হিচাপে আদাৰ গুৰুত্ব অপৰিসীম। আদাত থকা...

Read more

Health Tips: ৰাতিপুৱা শুই উঠি খালি পেটত কেঁচা হালধি (Raw Turmeric) খোৱা আৰম্ভ কৰি দিয়ক; কাৰণ হালধিৰ আছে বহু আশ্চৰ্যকৰ লাভলাভ, আহক জানো কি কি?

ৰূপচর্চাত হালধিৰ (Raw Turmeric) ব্যাপক ব্যৱহাৰ প্ৰচলিত। ৰন্ধাৰ ক্ষেত্ৰত হালধি অতি প্ৰয়োজনীয় উপাদান। কিন্তু হালধিৰ অন্য এটাও পৰিচয় আছে। সেয়া...

Read more
Page 5 of 14 1 4 5 6 14

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist