Khatang Khobor

Khatang Khobor

আজৱ ঘটনা! বেমাৰৰ বাবে কাটিবলগীয়া হ’ল মহিলাৰ নাক (Nose)! তাৰ পিছত চিকিৎসকে কৌশলেৰে হাততে সংৰোপন কৰিলে নতুন নাক, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

আজৱ ঘটনা! বেমাৰৰ বাবে কাটিবলগীয়া হ’ল মহিলাৰ নাক (Nose)! তাৰ পিছত চিকিৎসকে কৌশলেৰে হাততে সংৰোপন কৰিলে নতুন নাক, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

চিকিৎসা বিজ্ঞানে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। আপুনি নিশ্চয় বৃক্ক সংৰোপণ, হৃদযন্ত্ৰ সংৰোপণ, যকৃত সংৰোপণৰ বিষয়ে বহুত শুনিছে, য'ত চিকিৎসকে অংগটো...

জানি থওক! প্ৰতিদিনে কৰক মাত্ৰ এই ৩টা কাম; লক্ষ্মী মা (Maa Laxmi) সদায়ে সন্তুষ্ট হৈ থাকিব, কেতিয়াও নহ’ব ধনৰ অভাৱ, পিছে জানি লও আহক কি কি?

জানি থওক! প্ৰতিদিনে কৰক মাত্ৰ এই ৩টা কাম; লক্ষ্মী মা (Maa Laxmi) সদায়ে সন্তুষ্ট হৈ থাকিব, কেতিয়াও নহ’ব ধনৰ অভাৱ, পিছে জানি লও আহক কি কি?

How to Please Maa Lakshmi: লক্ষ্মী মাৰ কৃপা থকাটো অতি প্ৰয়োজন, অন্যথা জীৱনটো অভাৱ আৰু দৰিদ্ৰতাৰে পাৰ হৈ যায়। সেয়েহে...

খুবেই দুখলগা! বন্যহস্তীয়ে (Wild Elephant) একেলগে প্ৰাণ ল’লে মাতৃ-পুত্ৰৰ; মৃতদেহৰ কাষত বহি হিয়া ভগা কান্দোন পৰিয়ালৰ

খুবেই দুখলগা! বন্যহস্তীয়ে (Wild Elephant) একেলগে প্ৰাণ ল’লে মাতৃ-পুত্ৰৰ; মৃতদেহৰ কাষত বহি হিয়া ভগা কান্দোন পৰিয়ালৰ

ৰাজ্যত ভয়ংকৰ ৰূপত দেখা গৈছে হাতী মানুহৰ সংঘাত (Human And Wild Elephant Clash)। এইবাৰ দুধনৈ (Dudhnoi) মাটিয়াত (Matia) বন্যহস্তীৰ আক্ৰমণত...

মৰ্মান্তিক! ৰাস চাই উভতাৰ পথতে কৰুণ মৃত্যুক সাৱটিলে এটি ১১ মহীয়া শিশুৱে; ই-ৰিক্সাসহ ৭ গৰাকী লোক বাগৰি পৰিছিল নৈত, ৬ গৰাকীৰ প্ৰাণৰক্ষা যদিও প্ৰাণ হেৰুৱালে কণমানিটিয়ে
সাৱধানৰ মৰণ নাই! এজন লোকৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল মালবাহী ৰে’ল; তাৰ পিছত…গাৰ নোম শিঁয়ৰি উঠোৱা দৃশ্য, Viral Videoটো চাওক আৰু অলপ বুজক

সাৱধানৰ মৰণ নাই! এজন লোকৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল মালবাহী ৰে’ল; তাৰ পিছত…গাৰ নোম শিঁয়ৰি উঠোৱা দৃশ্য, Viral Videoটো চাওক আৰু অলপ বুজক

Watch Viral Video: সদায়েই কোৱা হয় যে ৰে'ল লাইনেৰে পাৰ হওঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগে, নহ'লে বিপদত পৰাৰ যথেষ্ট...

কি বুলি ক’ব নিষ্ঠুৰ, অমানুষিক নে জঘন্য? এনে অমানৱীয় দৃশ্য হয়তো আপুনি কেতিয়াও দেখা নাই; সোপাধৰাৰ সন্দেহত এগৰাকী মহিলাক নিৰ্মমভাবে প্ৰহাৰ, Watch Video

কি বুলি ক’ব নিষ্ঠুৰ, অমানুষিক নে জঘন্য? এনে অমানৱীয় দৃশ্য হয়তো আপুনি কেতিয়াও দেখা নাই; সোপাধৰাৰ সন্দেহত এগৰাকী মহিলাক নিৰ্মমভাবে প্ৰহাৰ, Watch Video

এক জঘন্য ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ নাহৰলগুনত (Arunachal Pradesh Naharlagun)। এনে অমানৱীয় দৃশ্য হয়তো আপুনি কেতিয়াও দেখা নাই ৷...

জানি থওক! কাৰোবাক উপহাৰ (Gift) দিয়াৰ পূৰ্বে এইসমূহ কথা মনত ৰাখিব; নহ’লে আপোনাৰে হ’ব বহু লোকচান, পিছে জানি লও আহক কি কি বস্তু নিদিব উপহাৰ?

জানি থওক! কাৰোবাক উপহাৰ (Gift) দিয়াৰ পূৰ্বে এইসমূহ কথা মনত ৰাখিব; নহ’লে আপোনাৰে হ’ব বহু লোকচান, পিছে জানি লও আহক কি কি বস্তু নিদিব উপহাৰ?

Vastu Tips for Gift: কাৰোবাৰ ঘৰলৈ গ'লে বা বিশেষ অনুষ্ঠানত উপহাৰ দিয়াৰ এটা নিয়ম আছে। প্ৰায়ে মানুহে তেওঁলোকৰ সামৰ্থ্য অনুসৰি...

1XBET Türkiy

1XBET Türkiye1XBET TürkiyeContent🎲 1XBET Türkiye canlı bahis🔉 1xbet'te blackjack canlı!Şiddetle tavsiye edilir!🎁 1xbet karşılama bonusuMərc və pul çıxarma qaydaları📃 1XBET...

Ajab Prem Ki Ghazab Kahani! ‘ময়ো ভাল পাওঁ তাইক; তায়ো মোক ভাল পায়’- ৩৫ বছৰীয়া বিধৱা বোৱাৰীৰ সৈতে প্ৰেমত মচগুল শহুৰ, পাহৰি গ’ল পত্নী আৰু সন্তানক, তাৰ পিছত…

Ajab Prem Ki Ghazab Kahani! ‘ময়ো ভাল পাওঁ তাইক; তায়ো মোক ভাল পায়’- ৩৫ বছৰীয়া বিধৱা বোৱাৰীৰ সৈতে প্ৰেমত মচগুল শহুৰ, পাহৰি গ’ল পত্নী আৰু সন্তানক, তাৰ পিছত…

নগাঁৱৰ (Nagaon) কঠিয়াতলীৰ বৰহোলাত নিশা উত্তেজনা। শহুৰ আৰু বোৱাৰীক শাহুৱেকে গতালে আৰক্ষীক (Father In Law And Daughter In Law)। দুবছৰীয়া...

Page 88 of 444 1 87 88 89 444

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist