Khatang Khobor

Khatang Khobor

Aryan Drugs Case: অৱশেষত জামিন পালে শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানে; ২৫ দিনৰ মূৰত পালে জামিন

Aryan Drugs Case: অৱশেষত জামিন পালে শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানে; ২৫ দিনৰ মূৰত পালে জামিন

ছুপাৰষ্টাৰ শ্বাহৰুখ খান (Shah Rukh Khan)ৰ পুত্ৰ আৰয়ান খানে (Aryan Khan)আজি ২৫ দিনৰ পিছত জামিন লাভ কৰে। আৰয়ান (Aryan Khan)ৰ...

বগা চাউলৰ কলা ব্যৱসায়! সুলভ মূল্যৰ গুদামত ৰাখিব পাৰে ২৮ কুইণ্টল; কিন্তু ক’ৰ পৰা আহিল ১৭৭ কুইণ্টল চাউল?

বগা চাউলৰ কলা ব্যৱসায়! সুলভ মূল্যৰ গুদামত ৰাখিব পাৰে ২৮ কুইণ্টল; কিন্তু ক’ৰ পৰা আহিল ১৭৭ কুইণ্টল চাউল?

যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈছে দুখীয়াৰ নামত অহা ১০০ গ্রাম চাউল কমকৈ দিলেও সুলভ মূল্যৰ ব্যৱসায় জেললৈ যাব। সেই সময়তে ৰাজ্যত...

জামিন লাভ বিধায়ক শ্বেৰমান আলীৰ; শ্বহীদক ‘হত্যাকাৰী’ বুলি কৈ কৰিছিল অপমান

জামিন লাভ বিধায়ক শ্বেৰমান আলীৰ; শ্বহীদক ‘হত্যাকাৰী’ বুলি কৈ কৰিছিল অপমান

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ গোচৰত আজি জামিন লাভ কৰে বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে (Sherman Ali Ahmed)। আজি বিশেষ...

অমানুষিক! প্ৰথমে কাটিলে ডিঙি; তাৰ পিছত মহিলাৰ ভৰি কাটি লৈ গ’ল ৰূপৰ পায়েল

অমানুষিক! প্ৰথমে কাটিলে ডিঙি; তাৰ পিছত মহিলাৰ ভৰি কাটি লৈ গ’ল ৰূপৰ পায়েল

ৰাজস্থানৰ (Rajasthan) ৰাজধানী জয়পুৰৰ পৰা আজি এক আচৰিত ঘটনা পোহৰলৈ আহিছে। জয়পুৰৰ খাতেপুৰাত এগৰাকী মহিলাক অচিনাক্ত আক্ৰমণকাৰীয়ে হত্যা (Murder) কৰে।...

পুনৰ ৰাজ্যত এনকাউণ্টাৰ; পলাবলৈ চেষ্টা চলাওতে ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে চলালে গুলী

পুনৰ ৰাজ্যত এনকাউণ্টাৰ; পলাবলৈ চেষ্টা চলাওতে ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে চলালে গুলী

ৰাজ্যত পুনৰ এনকাউণ্টাৰ (Encounter) আনন্দ মিশ্ৰ বাহিনীৰ। এনকাউণ্টাৰত ধাৰাসায়ী বটদ্ৰৱাৰ কুখ্যাত ড্ৰাগছ মাফিয়া (Drugs Mafia) শ্বিৰাজুল ইছলাম। ড্ৰাগছ মাফিয়া শ্বিৰাজুলক...

ভয়ংকৰ পথ দুৰ্ঘটনা; অভাৰটেক কৰিবলৈ গৈ ৰৈ থকা ট্ৰাকত খুন্দা KUV মহিন্দ্ৰা বাহন আৰু ই ৰিক্সাৰ; এজন নিহত

ভয়ংকৰ পথ দুৰ্ঘটনা; অভাৰটেক কৰিবলৈ গৈ ৰৈ থকা ট্ৰাকত খুন্দা KUV মহিন্দ্ৰা বাহন আৰু ই ৰিক্সাৰ; এজন নিহত

নগাঁৱৰ (Nagaon) এঘাৰ মাইলত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। অভাৰটেক কৰিবলৈ গৈ ৰৈ থকা ট্ৰাকত খুন্দা...

ভাং আৰু গাঞ্জাৰ মাজত পাৰ্থক্য কি? এটা বিক্ৰী কৰাটো আইনী তেন্তে আনটো বিক্ৰী কৰাটো কিয় অপৰাধ?

ভাং আৰু গাঞ্জাৰ মাজত পাৰ্থক্য কি? এটা বিক্ৰী কৰাটো আইনী তেন্তে আনটো বিক্ৰী কৰাটো কিয় অপৰাধ?

দেশত শেহতীয়াকৈ আৰয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পিছত গাঞ্জা (Ganja) আৰু নিচাযুক্ত দ্ৰব্যৰ সেৱনৰ বিষয়টো চৰ্চাৰ বিষয় হৈ পৰিছে। এইটো কথা...

আমিহে নিৰ্বাচন খেলিছো, আপোনালোকে খেলা নাই নহয়; এই বুলি কৈ সাংবাদিকক সাধু কথা শুনালে ভৱেশ কলিতাই

আমিহে নিৰ্বাচন খেলিছো, আপোনালোকে খেলা নাই নহয়; এই বুলি কৈ সাংবাদিকক সাধু কথা শুনালে ভৱেশ কলিতাই

'কটা হাতৰ কাম নাই। কংগ্ৰেছৰ হাত চুৰি কৰা হাত, এই হাতে কোনো দিন উন্নতি কৰিব নোৱাৰে'- কংগ্ৰেছক (Congress) এই বুলি...

চলন্ত বাছত এজন লোকে মহিলাৰ পাছফালে থিয় হৈ ‘গুপ্তাংগ’ৰে কৰি আছিল অশ্লীল কাৰ্য; তাৰ পিছত কি ঘটিল, চাওক VIDEO

চলন্ত বাছত এজন লোকে মহিলাৰ পাছফালে থিয় হৈ ‘গুপ্তাংগ’ৰে কৰি আছিল অশ্লীল কাৰ্য; তাৰ পিছত কি ঘটিল, চাওক VIDEO

মহিলাসকলে (Women) প্ৰতিটো খোজতে কিছুমান দুষ্ট লোকৰ সন্মুখীন হ'বলগীয়া হয়। বিশেষকৈ ৰাজহুৱা পৰিবহনত তেওঁলোকৰ এই সমস্যা আৰু বৃদ্ধি হৈ যায়।...

Page 369 of 444 1 368 369 370 444

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist