লামডিং বনাঞ্চলৰ ভূ-মাফিয়া নজৰুল ইছলামক গ্ৰেপ্তাৰ; টকাৰ বাবে চৰকাৰী ভূমিত সংস্থাপন দিছিল বহু বেদখলকাৰীক
লামডিং বনাঞ্চলৰ (Lumding Forest) ভূমি বিক্ৰী কৰা নজৰুলক গ্ৰেপ্তাৰ (Arrest)। হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নিৰ্দেশৰ পিছতেই আৰক্ষীয়ে ধৰিলে...





































