কৰুণ! যৌতুকৰ বাবে স্বামী গৃহৰ পৰিয়ালে কেৰাচিন তেল ঢালি জ্বলাই দিয়া তছলিমা বেগমে অৱশেষত সাৱটিলে মৃত্যুক; কিন্তু আজিপৰ্যন্ত ধৰা নপৰিল অপৰাধী, ২২ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা
তছলিমা বেগম আৰু নাই। ২২ ফেব্ৰুৱাৰীত যৌতুকৰ (Dowry Case) বাবে স্বামী গৃহৰ পৰিয়ালে কেৰাচিন তেল ঢালি জ্বলাই দিছিল তছলিমাক (Woman...





































