প্ৰেমিকৰ চৰিত্ৰ জানি এৰিলে প্ৰেমিকাই; পৰিণতিত ভণ্ড প্ৰেমিকে ৰাস্তাৰ দেৱালত আঁৰিলে প্ৰেমিকাৰ নম্বৰ আৰু অশ্লীল ফটোসহ পোষ্টাৰ, এতিয়া ঠিকনা জেল
ব্যৰ্থ প্ৰেমিকে পথৰ কাষৰ দেৱালত আঁৰিলে যুৱতীৰ আপত্তিজনক পোষ্টাৰ (Indecent Poster)। এই ঘটনা সংঘটিত হৈছে কামৰূপৰ (kamrup) জোৰশিমুলী আৰক্ষী চকীৰ...