ভুল কাৰ? মাজ ৰাস্তাতে ফুড ডেলিভাৰী দিয়া যুৱকক জোতাৰে প্ৰহাৰ যুৱতীৰ; এবাৰ-দুবাৰ নহয় বহুবাৰ প্ৰহাৰ কৰিলে জোতাৰে, কাৰণ মাথো…Watch Viral Video
এটা ভিডিঅ' সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল (Social Media Viral Video) হৈ আছে। এই ভিডিঅ'টোত এগৰাকী যুৱতীয়ে খাদ্য বিতৰণ কৰা এজেণ্টক...































