অসাৱধানতাৰ ফল! টিভি চাই চাই আঁঠুৱাৰ ৰচীৰে খেলি থাকোতে ডিঙিত ফাঁচী লাগি কৰুণ মৃত্যুক সাৱটিলে এটি কণমানি শিশুৱে; সেই সময়ত ঘৰত নাছিল কোনো লোক, কান্দোনৰ ৰোল উঠিছে অঞ্চলটোত
মৃত্যু কাৰ, কেতিয়া, কেনেকৈ আহে কোনোৱে নাজানে। হোজাইৰ (Hojai) লংকাৰ (Lanka) এটি ১০ বছৰীয়া শিশুৰ (10 Years Child Died) জীৱনলৈও...




























