Khatang Khobor

Khatang Khobor

‘হেলমেট’ (Helmet) বিক্ৰেতাই পিন্ধা নাছিল হেলমেট; পিঠি-কান্ধ-হাত সকলোতে হেলমেট কিন্তু নাছিল মূৰত…যাৰ পৰিণতিত- ‘কাটিলে চালান’, যোৰহাটৰ এই ঘটনাটোৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে

‘হেলমেট’ (Helmet) বিক্ৰেতাই পিন্ধা নাছিল হেলমেট; পিঠি-কান্ধ-হাত সকলোতে হেলমেট কিন্তু নাছিল মূৰত…যাৰ পৰিণতিত- ‘কাটিলে চালান’, যোৰহাটৰ এই ঘটনাটোৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে

পিঠিত হেলমেট, কান্ধত হেলমেট, হাতত হেলমেট (Helmet)। কিন্তু মূৰত নাছিল হেলমেট। যাৰ পৰিণতিত- 'কাটিলে চালান।' এখন বাইকত ২২-২৩টা হেলমেট কঢ়িয়াই...

খং নামেই চণ্ডাল! এটা সাধাৰণ কথাৰ বাবে হৈছিল তৰ্ক-বিতৰ্ক; পৰিণতিত বায়েকৰ সন্মুখতে খুলশালীয়েকে ভিনিয়েকক ইটাৰে কোবাই কোবাই কৰিলে হত্যা (Murder), এই নোহোৱা-নোপজা ঘটনা অসমৰে

খং নামেই চণ্ডাল! এটা সাধাৰণ কথাৰ বাবে হৈছিল তৰ্ক-বিতৰ্ক; পৰিণতিত বায়েকৰ সন্মুখতে খুলশালীয়েকে ভিনিয়েকক ইটাৰে কোবাই কোবাই কৰিলে হত্যা (Murder), এই নোহোৱা-নোপজা ঘটনা অসমৰে

চিলাপথাৰ আৰক্ষী (Silapathar Police) থানাৰ অন্তৰ্গত ডিমৌ চাৰিআলিত (Demow Chariali) সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা (Horrific Incident)। দেওবাৰে নিশা প্ৰায়...

‘Road Par Nahi Chalegi Tumhari Marzi’-ষ্টাণ্ট কৰি-কৰি কথমপি প্ৰাণ ৰক্ষা যুৱকৰ; দিল্লী আৰক্ষীয়ে ভিডিঅ’ শ্বেয়াৰ কৰি লিখিলে এই কথা, Watch Accident Viral Video

‘Road Par Nahi Chalegi Tumhari Marzi’-ষ্টাণ্ট কৰি-কৰি কথমপি প্ৰাণ ৰক্ষা যুৱকৰ; দিল্লী আৰক্ষীয়ে ভিডিঅ’ শ্বেয়াৰ কৰি লিখিলে এই কথা, Watch Accident Viral Video

Police Message With Viral Video: বহুতো দুৰ্ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈয়ে থাকে। ইয়াৰে কিছুমান দুৰ্ঘটনা (Accidents) বাহন চলাই থকা...

ঘোচ খাবলৈ পিন্ধে নেকি আৰক্ষীৰ পোছাক! থানাৰ ভিতৰতে ঘোচ (Bribe) লৈ হাতে-লোটে ধৰা পৰিল এজন আৰক্ষী বিষয়া; দুৰ্নীতি নিবাৰকে গ্ৰেপ্তাৰ কৰিলে ASI চবিন পল দাসক

ঘোচ খাবলৈ পিন্ধে নেকি আৰক্ষীৰ পোছাক! থানাৰ ভিতৰতে ঘোচ (Bribe) লৈ হাতে-লোটে ধৰা পৰিল এজন আৰক্ষী বিষয়া; দুৰ্নীতি নিবাৰকে গ্ৰেপ্তাৰ কৰিলে ASI চবিন পল দাসক

চৰকাৰী কাৰ্যালয়সমূহত চলি থকা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে (Fight Against Corruption) অব্যাহত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযান (Directorate Of Vigilance...

Lifestyle Tips: সপোনত ‘সুৰা’ (Liquor In Dream) দেখা পাইছে নেকি? যদি দেখিছে তেন্তে এয়া ভৱিষ্যতৰ গুৰুত্বপূৰ্ণ ইংগিত! কেৰিয়াৰ-টকাৰ সৈতে আছে পোনপটীয়া সম্পৰ্ক, আহক জানো কেনেকৈ?
হায় ৰে স্বাস্থ্য বিভাগ! ৩ মাহ পূৰ্বে এটি ৪ বছৰীয়া শিশুক কামুৰিছিল কুকুৰে; কিন্তু চিকিৎসকে ৰেবিছ ইঞ্জেকচন দিয়াৰ পৰিৱৰ্তে এটা TTবেজী আৰু মলম লগাই পঠাই দিছিল, এতিয়া কৰুণ মৃত্যুক সাৱটিলে শিশুটিয়ে
এয়া আৰু কি চখ! দেহত ‘খাকী’ পোছাক; ভৰিত মুগা ৰঙৰ জোতা, কিন্তু ডুপ্লিকেট, কিয় পিন্ধিলা সোধাত ক’লে- ‘চখ আছিল পিন্ধিলো’, কাহিনী এইখিনিতেই শেষ হোৱা নাই…সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ
‘মই টিকট কাটি হলত শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ চিনেমা চোৱাৰ পিছত একেটা হলতে একেখিনি টকা খৰচ কৰি অসমীয়াই বুলিয়েই আইমীৰ এখন চিনেমা চাবলৈ মই কিয় যাম?’-পীযুষ হাজৰিকা (Pijush hazarika)
আচৰিত ঘটনা! চিকিৎসকে ৰোগীৰ পেটৰ পৰা উলিয়ালে এটা ষ্টীলৰ গিলাচ (Steel Glass In Stomach); কিন্তু লোকজনৰ পেটত কেনেদৰে সোমাল ইমান ডাঙৰ বস্তুবিধ, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…Viral Photo
লজ্জাজনক! নাম ‘গুলাপ হুছেইন’; অৰ্থই হৈছে প্ৰেম, সেইকাৰণে নিজৰ নামৰ সন্মান ৰাখি কৰিলে ‘অসন্মানজনক’ কাম, ২ সন্তানৰ পিতৃ গুলাপে পলুৱাই নিলে খুলশালীয়েকক, এতিয়া ঠিকনা জেল…

লজ্জাজনক! নাম ‘গুলাপ হুছেইন’; অৰ্থই হৈছে প্ৰেম, সেইকাৰণে নিজৰ নামৰ সন্মান ৰাখি কৰিলে ‘অসন্মানজনক’ কাম, ২ সন্তানৰ পিতৃ গুলাপে পলুৱাই নিলে খুলশালীয়েকক, এতিয়া ঠিকনা জেল…

সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে গৌৰীপুৰত (Gauripur)। নাবালিকা খুলশালীয়েকক পলুৱাই নি ৰঙাঘৰৰ আলহী হ'ল আদাবাৰী গাঁৱৰ...

Page 132 of 444 1 131 132 133 444

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist