Khatang Khobor

Khatang Khobor

‘এইখন কিবা জেমছ বণ্ডৰ চিনেমা নেকি যে গাড়ীৰ নম্বৰ ক’লেই হৈ যাব;  ৰিজাল্টত ওলাব মুকেশ আম্বানীৰ পুতেকে চাকৰি পাইছে নে গাঁৱৰ পকৰী বিক্ৰী কৰা দুখীয়াৰ ল’ৰা-ছোৱালীয়ে চাকৰি পাইছে, ৰিজাল্ট দিলেই পানী পানী আৰু গাখীৰ গাখীৰ হৈ যাব’- ভিক্টৰ দাস, নিযুক্তি পৰীক্ষাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমবাৰ প্ৰতিক্ৰিয়া
Be Alert Be Safe! Salonত চুলি কটোৱাৰ সময়ত হ’ব সাৱধান! কাৰণ যিটো ভিডিঅ’ দেখুওৱাবলৈ ওলাইছো; সেই ভিডিঅ’টোৱে আপোনাৰো বুকু কঁপাই তুলিব, Watch Viral Video

Be Alert Be Safe! Salonত চুলি কটোৱাৰ সময়ত হ’ব সাৱধান! কাৰণ যিটো ভিডিঅ’ দেখুওৱাবলৈ ওলাইছো; সেই ভিডিঅ’টোৱে আপোনাৰো বুকু কঁপাই তুলিব, Watch Viral Video

Hair Salon Fire Video: আজিকালি বেছিভাগ লোকে চুলি ভালদৰে ৰাখিবলৈ হেয়াৰ ড্ৰায়াৰ আৰু ষ্ট্ৰেটনাৰৰ দৰে বিভিন্ন প্ৰকাৰৰ ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ...

ভয়ংকৰ! দ্ৰুতবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত ৩੦ মিটাৰ দূৰৈত ছিটিকি পৰে; কৰুণ মৃত্যুক সাৱটিলে এজন আইনৰ ছাত্ৰই

ভয়ংকৰ! দ্ৰুতবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত ৩੦ মিটাৰ দূৰৈত ছিটিকি পৰে; কৰুণ মৃত্যুক সাৱটিলে এজন আইনৰ ছাত্ৰই

এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে শিলচৰ (Silchar) চহৰৰ পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩੦ মিটাৰ...

খাকী পোছাকত লগালে ক’লা দাগ! ঘোচ (Bribe) লৈ ধৰা পৰিল এজন আৰক্ষী বিষয়া; বিচাৰিছিল ২০ হাজাৰ কিন্তু আগধন হিচাপে ৭ হাজাৰ টকা লওতেই হাতে-লোটে পৰে ধৰা

খাকী পোছাকত লগালে ক’লা দাগ! ঘোচ (Bribe) লৈ ধৰা পৰিল এজন আৰক্ষী বিষয়া; বিচাৰিছিল ২০ হাজাৰ কিন্তু আগধন হিচাপে ৭ হাজাৰ টকা লওতেই হাতে-লোটে পৰে ধৰা

ৰাজ্যত অব্য়াহত দুৰ্নীতি নিবাৰকৰ (Directorate Of Vigilance & Anti-Corruption) অভিযান। এইবাৰ আটক হ'ল এজন আৰক্ষী বিষয়া (ASI Gopal Doley Arrest)।...

কৰুণ! মন্দিৰৰ পৰা উভতি আহি আছিল কিন্তু ঘৰ গৈ নাপালে; আদবাটতে প্ৰাণ হেৰুৱালে এটি কণমানি শিশুসহ ৫ গৰাকী লোকে, জীপ আৰু ট্ৰাকৰ ভয়ংকৰ খুন্দা, সম্পূৰ্ণৰূপে ভাঙি চূৰমাৰ হৈ যায় বাহনখন
আজৱ! এটা ‘শুকান পাতে’ বহু মানুহক বিভ্ৰান্তিত পেলাইছে; কিন্তু কিয়? কাৰণটো জানিলে আপুনিও আচৰিত হৈ উঠিব, Watch Viral Video

আজৱ! এটা ‘শুকান পাতে’ বহু মানুহক বিভ্ৰান্তিত পেলাইছে; কিন্তু কিয়? কাৰণটো জানিলে আপুনিও আচৰিত হৈ উঠিব, Watch Viral Video

Social Media Viral Video: ছচিয়েল মিডিয়াত এখনৰ পিছত আনখন ভাল ফটো আৰু ভিডিঅ' দেখিবলৈ পাও। বহুসময়ত আমি এই ভিডিঅ'বোৰ চোৱাৰ...

ভাল খবৰ! পুনৰ ইতিহাস ৰচিলে গল্ডেন বয় নীৰজ চোপ্ৰাই (Neeraj Chopra); ডাইমণ্ড লীগত চেম্পিয়নৰ খিতাপ অৰ্জন নীৰজৰ, ডাইমণ্ড লীগত ট্ৰফী জয়লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ নীৰজ

ভাল খবৰ! পুনৰ ইতিহাস ৰচিলে গল্ডেন বয় নীৰজ চোপ্ৰাই (Neeraj Chopra); ডাইমণ্ড লীগত চেম্পিয়নৰ খিতাপ অৰ্জন নীৰজৰ, ডাইমণ্ড লীগত ট্ৰফী জয়লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ নীৰজ

স্বৰ্ণ জয়েৰে পুনৰ অভিলেখ ৰচিলে গল্ডেন বয় নীৰজ চোপ্ৰাই (Golden Boy Neeraj Chopra)। ছুইজাৰলেণ্ডৰ জুৰিখত (Zurich) অনুষ্ঠিত ডায়মণ্ড লীগৰ ফাইনেলত...

পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! স্বামীয়ে কোবাই কোবাই হত্যা (Murder) কৰিলে পত্নীক; উলংগ অৱস্থাতে ঘৰৰ কোঠাৰ ভিতৰত উদ্ধাৰ পত্নীৰ মৃতদেহ

পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! স্বামীয়ে কোবাই কোবাই হত্যা (Murder) কৰিলে পত্নীক; উলংগ অৱস্থাতে ঘৰৰ কোঠাৰ ভিতৰত উদ্ধাৰ পত্নীৰ মৃতদেহ

বোকাখাতৰ (Bokakhat) কুৰুৱাবাহীত এক লোমহৰ্ষক হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা সংঘটিত হৈছে। স্বামীয়ে প্ৰাণ কাঢ়িলে পত্নীৰ (Wife Killed By Husband)।...

Page 112 of 444 1 111 112 113 444

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist