অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ একাউণ্ট ছচিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা নাইকিয়া হৈছে। টুইটাৰত সৰ্বানন্দ সোণোৱাল নামেৰে ছাৰ্চ কৰিলে একাউণ্টটো উপলব্ধ নহয় বুলি দেখা পোৱা যায়। একাউণ্টটো নোহোৱা হোৱাৰ আঁৰত কি?
টুইটাৰে তেওঁৰ একাউণ্টটো বাতিল কৰিছে নে, তেওঁ নিজেই একাউণ্টটো ডিলিট কৰিছে? যদি প্লেটফৰ্মত এটা টুইটাৰ একাউণ্ট উপলব্ধ নহয় বুলি দেখুৱাই তেন্তে ইয়াৰ অৰ্থ হৈছে যে, হয়টো টুইটাৰ বিষয়াসকলে একাউণ্টটো বাতিল কৰিব পাৰে বা একাউণ্টৰ মালিকে ডিলিট কৰিব পাৰে। ইয়াত কাৰণটো আপুনি কি বুলি ভাবে?
Photo: Twitter





























Discussion about this post