ক্ষেত্ৰীত (Khetri) মাজনিশা শোকাৱহ পথ দুৰ্ঘটনা (Tragic Road Accident) সংঘটিত হয়। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰীৰ কৈলাশীলত দুখন ট্ৰাক ভয়ংকৰভাবে দুৰ্ঘটনাত পতিত (Trucks Colided)। থিতাতে নিহত হেণ্ডিমেন (One Person Died)। ট্ৰাকৰ চেপাত উদ্ধাৰ কৰে হেণ্ডিমেনজনক।
বিজয়া নাৰ্চাৰীৰ সন্মুখতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো (Horrific Road Accident)। ক্ষেত্ৰী আৰক্ষীয়ে (Khetri Police) দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
নগাঁও অভিমুখী AS 01 GC 1844 নম্বৰৰ ট্ৰাক খনে WB 31 A 1599 নম্বৰৰ ট্ৰাকখনক পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।
Photo & Input: আৰফান আলী
Discussion about this post