অভয়াপুৰীত (Abhayapuri) এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ এজন (Rape Case) পিতৃ বয়সৰ লোকৰ। শিশু ধৰ্ষণকাৰীক ৰাইজে দিলে উত্তম-মধ্যম। লাইটৰ খুঁটাত বান্ধি ৰাইজে দিলে ঔকিল (Rapist Beaten By Locals)।
এই ঘটনা সংঘটিত হৈছে অভয়াপুৰীৰ পালপাৰাত। এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ হৰেন দাস নামৰ এটা লম্পটে। ৰাইজে কৰায়ত্ত কৰে লম্পটটোক। কৰায়ত্ত কৰি ৰাইজে দিলে উত্তম-মধ্য়ম। বৰ্তমান অভয়াপুৰী আৰক্ষীৰ (Abhayapuri Police) জালত ধৰ্ষণকাৰী হৰেন দাস।
Photo & Input: সৌৰভ জ্যোতি দাস
Discussion about this post