ব্ৰহ্মপুত্ৰত (Brahmaputra) পুনৰ অঘটন। নিমাতী ঘাটৰ (NimatiGhat) পৰা কমলাবাৰী অভিমুখী ফেৰীৰ পৰা জঁপিয়ালে (Suicide) এজন লোকে। পুৱা ৯-৩০ বজাত নিমাতী ঘাটৰ পৰা RPL ডিগাৰু নামৰ ফেৰীখনেৰে গৈ থাকোঁতে ফেৰীৰ পৰা জঁপিওৱা যাত্ৰীজনৰ নাম ৰঞ্জন দত্ত।
আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ (Assam Inland Water Transport) তৎপৰতাত যাত্ৰীজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যাত্ৰীজনৰ ঘৰ মাজুলীৰ গড়মূৰত। বৰ্তমানে লোকগৰাকীৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে। আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ পৰা জানিবলৈ দিয়া অনুসৰি লোকগৰাকীৰ ঘৰ মাজুলীৰ (Majuli) গড়মূৰত।
Photo & Input: প্ৰাঞ্জল গাৰ্গ
Published By- Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/watch-viral-video-kid-fell-from-the-roof/8019/
Discussion about this post