• Home
  • Privacy Policy
  • Terms & Conditions
Monday, June 23, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    Small but MIGHTY !

    Small but MIGHTY !

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    “ডায়েৰী অব্ মণিপুৰ”  : মহা কুম্ভমেলাৰ মনালিছা ..

    “ডায়েৰী অব্ মণিপুৰ” : মহা কুম্ভমেলাৰ মনালিছা ..

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
Oscar Awards 2022: শ্ৰেষ্ঠ অভিনেতা  Will Smithৰ পত্নীক উপহাস (Joke); অনুষ্ঠানৰ মাজতে অভিনেতাগৰাকীয়ে কমেডিয়ান Chris Rockক শোধালে পূৰ্ণহতীয়া চৰ, ক’লে ‘তোমাৰ জঘন্য মুখৰ পৰা মোৰ পত্নীৰ নাম আঁতৰাই ৰাখা’, চাওক Video

চিত্ৰশিল্পী নীলিম মহন্তক (Nilim Mahanta Arrest) গ্ৰেপ্তাৰ; নদী বান্ধ বিৰোধী 'NO MORE DAMS' শ্লোগান লিখি গ্ৰেপ্তাৰ হ'ল অসমৰ জনপ্ৰিয় চিত্ৰশিল্পীগৰাকী

Health Tips: এবাৰ নহৰুৰ পানী (Garlic Water) নিশ্চয় খাই চাওক; খুব সোনকালে আপোনাৰ হ্ৰাস হ'ব ওজন

Oscar Awards 2022: শ্ৰেষ্ঠ অভিনেতা Will Smithৰ পত্নীক উপহাস (Joke); অনুষ্ঠানৰ মাজতে অভিনেতাগৰাকীয়ে কমেডিয়ান Chris Rockক শোধালে পূৰ্ণহতীয়া চৰ, ক’লে ‘তোমাৰ জঘন্য মুখৰ পৰা মোৰ পত্নীৰ নাম আঁতৰাই ৰাখা’, চাওক Video

Oscar Awards 2022 চলচ্চিত্ৰ জগতৰ আটাইতকৈ সন্মানীয় বঁটা হিচাপে বিবেচিত Oscar Award 2022ৰ আয়োজন ২৭ মাৰ্চত কেলিফৰ্ণিয়াস্থিত লছ এঞ্জেলছ থিয়েটাৰত অনুষ্ঠিত হৈছিল। অনুষ্ঠানটোৰ সময়ত হঠাতে এটা চৰৰ শব্দই গোটেই ডলবি থিয়েটাৰটো কঁপাই তুলিছিল।

Khatang Khobor by Khatang Khobor
March 28, 2022
in আন্তঃৰাষ্ট্ৰীয়, মনোৰঞ্জন
0 0
Share on FacebookShare on Twitter

Oscar Awards 2022: ৯৪ তম একাডেমী বঁটা ঘোষণা কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ (United States) লছ এঞ্জেলছৰ (Los Angeles) ডলবি থিয়েটাৰত (Dolby Theatre) অনুষ্ঠিত এই বিশাল অনুষ্ঠানত বিশ্বৰ শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীসকলৰ লগতে বাকী দিগ্গজ সকলে বিভিন্ন শ্ৰেণীত অস্কাৰ বঁটা ২০২২ (Oscar Awards 2022) লাভ কৰে। একে সময়তে, এই অনুষ্ঠানৰ মঞ্চ পৰিচালনাৰ সময়ত এনে এটা ঘটনা পোহৰলৈ আহিছে যিয়ে তাত উপস্থিত সকলোকে হতবাক কৰি দিছিল।

ডলবি থিয়েটাৰত (Dolby Theatre) চৰৰ প্ৰতিধ্বনি
চলচ্চিত্ৰ জগতৰ আটাইতকৈ সন্মানীয় বঁটা অস্কাৰ বঁটা ২০২২ (Oscar Awards 2022)ৰ আয়োজনৰ সময়ত হলিউডৰ (Hollywood) কেইবাগৰাকীও কিংবদন্তী উপস্থিত হৈছিল। সেই সময়তে অস্কাৰ বঁটা ২০২২ৰ আঁত ধৰোতা তথা কমেডিয়ান ক্ৰিছ ৰকে (Comedian Chris Rock) উইল স্মিথৰ (Will Smith) পত্নীক লৈ কৌতুক কৰে যাৰ পিছত হলিউড অভিনেতাগৰাকীয়ে সকলোৰে সন্মুখত চৰ শোধাই। যাৰ বাবে সকলো অতিথি আৰু দৰ্শক আচৰিত হৈ উঠে। উইল স্মিথে ক্ৰিছ ৰকক ক’লে- “তোমাৰ জঘন্য মুখৰ পৰা মোৰ পত্নীৰ নাম আঁতৰাই ৰাখা’। আনহাতে, ক্ৰিছ ৰকছৰ গালত চৰ শোধোৱাৰ পাছত উইল স্মিথে কান্দোনত ভাগি পৰি সকলোৰে ওচৰত ক্ষমা বিচাৰে। ক্ৰিছ ৰকছে উইল স্মিথৰ পত্নীৰ কম চুলিৰ বিষয়ে ৰগৰ কৰি মন্তব্য কৰাৰ পাছতে স্মিথে মঞ্চতে ক্ৰিছ ৰকছক চৰ শোধাইছিল।

“মই অস্কাৰ কৰ্তৃপক্ষৰ ওচৰত ক্ষমা বিচাৰিছো…..সকলো মনোনয়নকাৰীৰ ওচৰতো ক্ষমা প্ৰাৰ্থনা বিচাৰিছো,” উইল স্মিথে লগতে কয়।

Best Actor in a Leading Role goes to Will Smith for his incredible performance in 'King Richard' Congratulations! #Oscars pic.twitter.com/y0UTX48214

— The Academy (@TheAcademy) March 28, 2022

অৱশ্যে, পিছত তেওঁ তেওঁৰ কাৰ্যৰ বাবে ক্ষমা বিচাৰিছিল।

Here's the moment Chris Rock made a "G.I. Jane 2" joke about Jada Pinkett Smith, prompting Will Smith to punch him and yell, "Leave my wife’s name out of your f–king mouth." #Oscars pic.twitter.com/kHTZXI6kuL

— Variety (@Variety) March 28, 2022

https://khatangkhobor.com/wp-content/uploads/2022/03/wNNqZvl0OelgAkFH.mp4

এই দিগ্গজসলকৰ যাদু
৯৪তম একাডেমী বঁটা বিতৰণৰ সময়ত Dune চলচ্চিত্ৰখনে সুন্দৰ প্ৰদৰ্শন কৰিছিল। এই ছবিখনে ৬টা শ্ৰেণীত অস্কাৰ বঁটা লাভ কৰিছিল। কেলিফৰ্ণিয়াস্থিত লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত শ্ৰেষ্ঠ তথ্যচিত্ৰ ফিচাৰৰ (Documentary Feature) শ্ৰেণীত দ্য চামাৰ অফ ছ’লে (The Summer of Soul) অস্কাৰ লাভ কৰিছে। ভাৰতীয় চলচ্চিত্ৰ ৰাইটিং উইথ ফায়াৰকো (Writing with Fire) এই শ্ৰেণীত মনোনীত কৰা হৈছিল। অৱশ্যে, ছবিখনে বঁটা লাভ কৰিবলৈ ব্যৰ্থ হয়। ‘ৰাইটিং উইথ ফায়াৰ’ ৰিন্টু থমাছ আৰু সুস্মিতা ঘোষৰ দ্বাৰা যুটীয়াভাৱে পৰিচালনা কৰা হৈছিল।

কোডা’য়ে ২০২২ চনৰ অস্কাৰত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। উইল স্মিথে ‘কিং ৰিচাৰ্ড’ (King Richard) চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ লাভ কৰিছে। একে সময়তে, জেন কেম্পিয়নে ‘দ্য পাৱাৰ অফ দ্য ডগ’ (The Power of the Dog) চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ লাভ কৰিছে। জেছিকা চেষ্টনে ২০২২ চনৰ অস্কাৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। ইফালে মুৰাকামিৰ চুটি গল্পৰ ওপৰত আধাৰিত পৰিচালক য়ুচুকে হামাগুচিৰ জাপানী ভাষাৰ চলচ্চিত্ৰ ‘ড্ৰাইভ মাই কাৰ’ক (Drive My Car) অস্কাৰত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হয়। একেদৰে, উইল স্মিথে ‘কিং ৰিচাৰ্ড’ (King Richard) চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ লাভ কৰিছে। আনহাতে ‘এনকাণ্টো’ (Encanto) বোলছবিখনে শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ শ্ৰেণীৰ (Best Animated Feature) বঁটা লাভ কৰিছে।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/news/north-east/famous-graffiti-artist-nilim-mahanta-arrest-by-arunachal-police/7868/

Tags: Comedian Chris RockDolby TheatreEntertainmentHollywoodHollywood Actor Will SmithInternationalKing RichardOscar Awards 2022United StatesWill Smith Slap Chris Rockঅস্কাৰ বঁটা ২০২২আন্তঃৰাষ্ট্ৰীয়আমেৰিকা যুক্তৰাষ্ট্ৰকমেডিয়ান ক্ৰিছ ৰককিং ৰিচাৰ্ডক্ৰিছ ৰকক শোধালে চৰডলবি থিয়েটাৰমনোৰঞ্জনহলিউডহলিউড অভিনেতা উইল স্মিথ
Previous Post

চিত্ৰশিল্পী নীলিম মহন্তক (Nilim Mahanta Arrest) গ্ৰেপ্তাৰ; নদী বান্ধ বিৰোধী ‘NO MORE DAMS’ শ্লোগান লিখি গ্ৰেপ্তাৰ হ’ল অসমৰ জনপ্ৰিয় চিত্ৰশিল্পীগৰাকী

Next Post

Health Tips: এবাৰ নহৰুৰ পানী (Garlic Water) নিশ্চয় খাই চাওক; খুব সোনকালে আপোনাৰ হ্ৰাস হ’ব ওজন

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

পৰমাণু বিজ্ঞানীৰ টাৰ্গেট কিলিং : ইজৰাইলী মহিলা গুপ্তচৰ কেথৰিনৰ বাবেই বিধ্বস্ত ইৰান

পৰমাণু বিজ্ঞানীৰ টাৰ্গেট কিলিং : ইজৰাইলী মহিলা গুপ্তচৰ কেথৰিনৰ বাবেই বিধ্বস্ত ইৰান

June 23, 2025
আয়াতুল্লা আলী খামেইনী : ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতাই নুশুনে কাণেৰে, সোঁহাতখনো বিকল

আয়াতুল্লা আলী খামেইনী : ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতাই নুশুনে কাণেৰে, সোঁহাতখনো বিকল

June 19, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist