ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Drugs Drive) অব্যাহত দৰং আৰক্ষীৰ (Darrang Police)। নিশা অভিযান চলাই মঙলদৈ আৰক্ষীয়ে (Mangaldoi Police) আটক (Detain) কৰে ৬টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক (Drugs Peddler)। বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি মঙলদৈৰ বাঘপৰি, টেঙাবাৰী, নতুনপাৰা, দুমুনিচৌকিৰ পৰা আটক কৰে ইয়াকুব আলী, দ্বীপজ্যোতি সাহা, ইমদাদ আলী, প্ৰদীপ চক্ৰৱৰ্তী, মইনুল হক আৰু আনোৱাৰ হুছেইন।

সৰবৰাহকাৰী কেইটাৰ পৰা ১২ চিচি ড্ৰাগছৰ লগতে নগদ ১২ হাজাৰ টকা, ৩টা মোবাইল আৰু এখন বাইক উদ্ধাৰ কৰে আৰক্ষীয়ে।
Photo & Input: Bhabesh Kalita





























Discussion about this post