নিমাতী ঘাটত (Nimatighat) পুনৰ অঘটন। ফেৰীৰ পৰা জাঁপ দি আত্মহত্যা এজন যুৱকৰ (Youth Jump From Ferry) । চেনিমাই -2 নামৰ ফেৰী খনৰ পৰা জপিয়াই যুৱকজনে। ১০ বাজি ৩০ মিনিটত নিমাতীৰ পৰা মাজুলী অফলামুখে গৈছিল ফেৰীখন।
নিমাতীৰ পৰা অফলামুখ অভিমুখী ফেৰীখনৰ পৰা জঁপিয়াই ফেৰীখন এৰিব লওতেই এই ঘটনা। সন্ধানহীন যুৱকজনৰ নাম সমীৰণ বৰুৱা। ফেৰীখনত মুঠ যাত্ৰী আছিল ৪৮ গৰাকী।
Photo & Input: জিন্তু দেওধাই ফুকন
Discussion about this post