মঙলদৈ সদৰ থানাৰ (Mangaldoi) সন্মুখত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। বাইক আৰোহীক পাছফালৰ পৰা মহটিয়াই ১২ চকীয়া ট্টাকে। থিতাতে নিহত (Death) হৈছে ১৫বছৰীয়া অংকিতা কাশ্যপ। পিতৃৰ নাম স্বৰ্গীয় গুন ডেকা।
মৃত কিশোৰীগৰাকী মঙলদৈ ডনবস্কো হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী। জেঠাকৰ সৈতে আহি গুৱাহাটী অভিমুখে গৈ থাকোঁতে মহটিয়াই নিলে ট্টাকে। জানিব পৰা অনুসৰি মঙলদৈ লেঙেৰী পাৰাত মৃত কিশোৰীগৰাকী ঘৰ।
মটৰ চাইকেল খনৰ নম্বৰ ASO1–Q8951। ট্টাক খনৰ নম্বৰ- AS01G–C3685।
Photo & Input: Bhabesh Kalita





























Discussion about this post