গণৰাজ্য দিৱসৰ (Republic Day) দিনাই সৰ্থেবাৰীত (Sarthebari) অঘটন। নিজ মাতৃৰ হাতত প্ৰাণ গ’ল ২ বছৰীয়া পুত্ৰৰ। সৰ্থেবাৰীৰ বামুণপাকাত সংঘটিত হ’ল এই নৃশংস ঘটনা (Tragic Incident)। বামুণপাকাৰ নৰেশ মণ্ডলৰ পত্নী জয়া মণ্ডলে হত্যা কৰিলে পুত্ৰক (Son Killed By Mother)।
দাৰে ঘপিয়াই হত্যা কৰিলে নিজ পুত্ৰক। মাতৃৰ হাতত প্ৰাণ হেৰুৱা পুত্ৰৰ নাম ৰুপা মণ্ডল।
Photo & Input: ৰবিউল ইছলাম, কমল ডেকা
Discussion about this post