নগাঁৱত (Nagaon) ৰাষ্ট্ৰীয় পতাকাক (National flag) অবমাননা কৰাৰ অভিযোগ। নগাঁও ৰাবাৰ বৰ্ডৰ আঞ্চলিক কাৰ্যালয়ে (Rubber Board Regional Office) অবমাননা কৰিছে ৰাষ্ট্ৰীয় পতাকাখনক। নগাঁও ৰাবাৰ বৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ কৰ্মচাৰীয়ে কাৰ্যলয়টোৰ প্ৰথম মহলাৰ গ্ৰীলত আঠুৱাৰ ষ্টেণ্ডৰ সহায়ত উত্তোলন কৰিছে ৭৩তম গণৰাজ্য দিৱসৰ পতাকা।
কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় পতাকাখনক এনে অবমাননা কৰা কাণ্ডক নগাঁও সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post