‘Collarwali’ হিচাপে জনপ্ৰিয় মধ্য প্ৰদেশৰ পেঞ্চ টাইগাৰ ৰিজাৰ্ভত (Pench Tiger Reserve), এটা বাঘিনীৰ মৃত্যু। বৃদ্ধ বয়সৰ বাবে শনিবাৰে কৰুণ মৃত্যুক সাৱটি লয় বাঘিনীটোৱে। ১৬ বছৰতকৈও অধিক বয়স আছিল বাঘিনীটোৰ।

টুইটাৰযোগে মধ্যপ্ৰদেশৰ মন্ত্ৰী (Madhya Pradesh Minister) ড০ নৰোত্তম মিশ্ৰাই (Dr Narottam Mishra) বাঘিনীটোৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। টুইটত তেওঁ লিখিছিল ‘Super Mom’লৈ শেষ অভিবাদন। পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ ‘Collarwali Tigress’ৰ মৃত্যুৰ খবৰ – যিয়ে ২৯টা পোৱালি জন্ম দিছিল – এয়া দুখজনক। ‘Tiger State’ হিচাপে মধ্য প্ৰদেশৰ পৰিচয় এই Super Momৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে।”
'सुपर मॉम' को आखिरी सलाम।
29 शावकों को जन्म देने वाली पेंच टाइगर रिजर्व की 'कॉलर वाली बाघिन' की मृत्यु की खबर दुखद है।
मध्यप्रदेश को मिली टाइगर स्टेट की गौरवशाली पहचान पर कोई भी चर्चा इस सुपर मॉम के महत्वपूर्ण योगदान के बिना पूरी नहीं हो सकेगी। pic.twitter.com/m82OoUyVfw
— Dr Narottam Mishra (Modi Ka Parivar) (@drnarottammisra) January 16, 2022
বন বিভাগে দিয়া চৰকাৰী নামটো আছিল টি-১৫ কিন্তু স্থানীয় লোকসকলে বাঘিনীটোক মৰমেৰে ‘Collarwali’ বুলি মাতিছিল।
Photo: Google




























Discussion about this post