অসমত হস্তী-মানুহৰ সংঘাত (Human-elephant conflict) চূড়ান্ত পৰ্যায়ত। কিন্তু সংঘাত দূৰিকৰণৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ পৰা বিৰত চৰকাৰ তথা বনবিভাগ। এয়া ধুবুৰীৰ (Dhubri) তামাৰহাটৰ (Tamarhat) এখন গাঁৱৰ দৃশ্য। দৃশ্য দেখিলে আপোনাৰো গাৰ নোম শিয়ঁৰি উঠিব।
চাওক VIDEO-
#WATCH | A 30-year-old man was chased and attacked by a wild elephant at a village in Tamarhat area of Dhubri district of Assam on December 18
"The man was admitted to a hospital for treatment and the elephant was chased towards jungle area," a forest officer said pic.twitter.com/YsRvZAUe1h
— ANI (@ANI) December 20, 2021
জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে এগৰাকী ৩০ বছৰীয়া লোক আক্ৰমণ (Attacked) কৰে। এই ঘটনা ১৮ ডিচেম্বৰৰ। পলাবলৈ চেষ্টা কৰিও মাটিতে বাগৰি পৰে লোকজন। ফলত বন্যহস্তীটোৱে শুৰেৰে ডাঙি লৈ যায় লোকজনক।
অৱশেষত গুৰুতৰভাৱে আহত (Injured) লোকগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু বন্যহস্তীটোক বনাঞ্চললৈ খেদি পঠোৱা হয়। কিন্তু কেতিয়ালৈ অন্ত পৰিব হাতী-মানুহৰ সংঘাত (Human-elephant conflict)?
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/tezpur-horrific-road-accident-several-injured-in-assam/5471/
Discussion about this post