চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বিশেষ ঘোষণা। দিপাৱলী উপলক্ষে ৫ নৱেম্বৰত অৰ্থাৎ শুকুৰবাৰেও স্থানীয় বন্ধ (Local Holiday) ঘোষণা কৰিছে কামৰূপ জিলা প্ৰশাসনে।
কামৰূপ জিলাৰ (Kamrup District) অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান আৰু বেংক বন্ধ থাকিব ৫ নৱেম্বৰ শুকুৰবাৰে।
অৱশ্যে পৰীক্ষা আৰু জৰুৰীকালীন সেৱাত নিয়োজিতসকলে এই বন্ধৰ সুবিধা নাপাব। কামৰূপ জিলাৰ উপায়ুক্তই এক নিৰ্দেশনাযোগে জানিবলৈ দিয়ে এই কথা।
Photo: Khatang Khobor
Discussion about this post