লখিমপুৰৰ (Lakhimpur) পথালি পাহাৰৰ টোল গেটত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)। কথমপি প্ৰাণ ৰক্ষা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীৰ।
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/horrific-road-accident-at-nagaon-one-died-in-assam/3975/
সকলো দল-সংগঠনৰ প্ৰতিবাদক আওকাণ কৰি নিৰ্মাণ কৰা টোল গেটখন মুকলি হোৱা পূৰ্বে সংঘটিত হৈ আহিছে বহু কেইটা দুৰ্ঘটনা (Road Accident)।
Photo & Input: ইছৰাকুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/facebook-announces-changing-company-name/4018/
Discussion about this post