গুৱাহাটীত (Guwahati) শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ’লৰ মূল্যই (Petrol Price), ডিজেলৰ (Diesel) হ’বলৈ আছে বাকী। গুৱাহাটীত ১০০ টকা অতিক্ৰম কৰি পেট্ৰ’লৰ মূল্য হ’লগৈ প্ৰতিলিটাত ১০০.০৭ টকা।
দেশজুৰি পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১০০ টকা অতিক্ৰম কৰাৰ পিছত শনিবাৰে মাজনিশা গুৱাহাটীত পেট্ৰ’লৰ মূল্য হ’লগৈ ১০০ টকা।
ডিজেলৰো মূল্যও বৃদ্ধি হৈছে মহানগৰীত। শতকৰ ঘৰ স্পৰ্শ কৰিবলৈ অলপ বাকী। মহানগৰীত বৰ্তমান প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৯২.৪২ টকা।
Photo: Google




























Discussion about this post