মিঞা যুৱকক আঠু কঢ়াই ‘জয় আই অসম’ কবলৈ বাধ্য কৰালে অসমীয়া যুৱ মঞ্চই। এই ঘটনা সংঘটিত হৈছে লখিমপুৰত (Lakhimpur)।
ৰাজপথত এজন মিঞা যুৱকক দাবী-ঢমকি দি আঠু কঢ়োৱাই কোৱালে ‘জয় আই অসম’ বুলি। অসমীয়া যুৱ মঞ্চৰ এই কাণ্ড এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। যুৱকজনৰ বিৰুদ্ধে ডকাইটিৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।
Photo & Input: Israkul Islam
Discussion about this post