গুৱাহাটীত দুৰ্নীতি নিবাৰকৰ জালত পৰিল লাট মণ্ডল। ধৃত লাটমণ্ডলজনৰ নাম গুলজাৰ হুছেইন। দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়াৰ নামত মাটিৰ দাদালৰ পৰা গুলজাৰ হুছেইনে বিচাৰিছিল লাখ লাখ টকা।
গুৱাহাটীত ধনৰ লেনদেন হোৱাৰ কথা আছিল। কিন্তু, সোমবাৰে দুৰ্নীতি নিবাৰকৰ জালত পৰে দুৰ্নীতিগ্ৰস্ত গুলজাৰ হুছেইন।
গুলজাৰ হুছেইন শোণিতপুৰৰ ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল।
Photo: Khatang Khobor





























Discussion about this post