দেওবাৰে মহানগৰীৰ পাণ্ডুঘাটত এক শোকাৱহ ঘটনা সংঘটিত হয়। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ চাৰিজন কিশোৰ ডুব গ’ল মহাবাহু ব্ৰহ্মপুত্ৰত। ৪ কিশোৰৰ ভিতৰত তিনিজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিছে SDRFৰ দলে। মৃতদেহ উদ্ধাৰ কৰা তিনিওজন কিশোৰৰ নাম অবিনাশ দাস, জিত দাস আৰু দয়াল শ্বেখ বুলি জানিব পৰা গৈছে। এতিয়াও সন্ধান ওলোৱা নাই দীপ সৰকাৰৰ।
কিন্তু নদীত গা ধুবলৈ যোৱা আগতে কি কৰিছিল এই ৪ কিশোৰে। প্ৰথমে কৰিছিল ডাঞ্চ, তাৰ পিছত গান গাই মোবাইলত বনাইছিল ভিডিঅ’।
চাওক VIDEO-
Photo & Input: Khatang Khobor





























Discussion about this post