প্ৰায়ে আমি এনে লোকক দেখা পাওঁ যিয়ে ৰাস্তাত আৱৰ্জনা পেলাই গুচি যায়, কিন্তু আপুনি কেতিয়াবা আৱৰ্জনাৰ জৰিয়তে কাৰোবাক সহায় কৰা শুনিছে বা দেখিছে নেকি?
হয়টো নহয়, বলক আপোনাক এটা ভিডিঅ’ দেখুৱাও যিটো আপুনি চোৱাৰ পিছত এবাৰ হ’লেও ভাবিবলৈ বাধ্য হ’ব। হয়, এটা ভিডিঅ’ ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হ’বলৈ ধৰিছে।
লোকজনে কৰিলে এনে কাণ্ড বাইক আৰোহীয়ে ধৰিলে উভতি
ইণ্টাৰনেটত ভাইৰেল হোৱা এটা ভিডিঅ’টো দেখা পোৱা গৈছে যে, এজন লোকে ৰাস্তাত ফাষ্ট ফুড খাই খাই খোজকাঢ়ি থকা, তেতিয়াই লোকজনে টিছ্যু পেপাৰ বাইকৰ ওপৰত ৰাখি দিয়ে। যেতিয়াই লোকজনে খোজকাঢ়ি আগলৈ গুচি যায় সেই সময়তে বাইকৰ মালিক তাত উপস্থিত হয় আৰু আৱৰ্জনা বাইকত থোৱা লোকজনক ধৰি লয়। পিছত এই ঘটনাক লৈ অন্য এটাহে টুইষ্ট দেখিবলৈ পোৱা যায়।
চাওক Video-
পিছলৈ তেওঁ সত্যটো জানি অনুশোচনা কৰিছিল
হয়, বাইকখনৰ গৰাকীয়ে তেওঁক ঘূৰাই মাতিলে, আৰু সুধিলে তেওঁ বাইকখনত টিছ্যু পেপাৰ কিয় ৰাখিছিল, লোকজনে যেতিয়া টিছ্যু পেপাৰখন আঁতৰাই তেতিয়া তলত দেখা পালে বাইকৰ চাবি।
টিছ্যু পেপাৰ ৰখা মানুহজনে বিচাৰিছিল যে বাইকৰ চাবিটো যাতে কোনোৱে চুৰি কৰি লৈ নাযায়। এয়া দেখি বাইকৰ মালিকজনে অনুশোচনা কৰে। ইণ্টাৰনেটত এই ভিডিঅ’টো যথেষ্ট ভাইৰেল হ’বলৈ ধৰিছে। ২১ ছেকণ্ডৰ এই ভিডিঅ’টো ডেৰ লাখতকৈও অধিক লোকে লাইক কৰিছে।
Photo: Zee News




























Discussion about this post