ছিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। চিকিৎসাৰ অভাৱত এগৰাকী ৰোগীৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে। কনকলতা বৰুৱা(৩২) নামৰ এগৰাকী মহিলাই হেৰুৱাই প্ৰাণ।
স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি-
আত্মীয়ৰ ভাষ্য-
চিকিৎসালয়ত চিকিৎসক থকাৰ পিছতো সংকটজনক ৰোগীক নোচোৱাৰ অভিযোগ উত্থাপন হৈছে। চিকিৎসালয়ত ৩০মিনিটতকৈ অধিক সময় ৰোগী নোচোৱাৰ অভিযোগ।
চিকিৎসক আতাউৰ ৰহমানে সংকটজনক ৰোগীগৰাকীক নোচোৱাৰ অভিযোগ ৰোগীৰ আত্মীয়ৰ। ছিপাঝাৰ আৰক্ষী আৰু পাথৰিঘাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।
Photo & Input: DULAL DEKA





























Discussion about this post