• Home
  • Privacy Policy
  • Terms & Conditions
Tuesday, May 6, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    মুখ্যমন্ত্ৰী ডঃ হিমন্ত বশ্ব শৰ্মাৰ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ ..

    ‘২০২৬ ত কংগ্ৰেছৰ নেতৃত্বতে দিছপুৰত চৰকাৰ গঠন হ’ব’- সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

    ‘২০২৬ ত কংগ্ৰেছৰ নেতৃত্বতে দিছপুৰত চৰকাৰ গঠন হ’ব’- সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

    অপ্ৰতিৰোধ্য ভাৰতবৰ্ষ  – আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়াক থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ বিক্ৰি  …

    অপ্ৰতিৰোধ্য ভাৰতবৰ্ষ – আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়াক থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ বিক্ৰি …

    দুষ্কৃতিকাৰীৰ কোনো দল নাই বুলি মন্তব্য কৰে জনসংযোগ মন্ত্ৰীগৰাকীয়ে  !!

    দুষ্কৃতিকাৰীৰ কোনো দল নাই বুলি মন্তব্য কৰে জনসংযোগ মন্ত্ৰীগৰাকীয়ে  !!

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    “ডায়েৰী অব্ মণিপুৰ”  : মহা কুম্ভমেলাৰ মনালিছা ..

    “ডায়েৰী অব্ মণিপুৰ” : মহা কুম্ভমেলাৰ মনালিছা ..

    President Murmu invites Chhattisgarh’s Baiga Tribe for 76th Republic Day celebrations ..

    President Murmu invites Chhattisgarh’s Baiga Tribe for 76th Republic Day celebrations ..

    Ayodhya Ram Mandir First Anniversary: Nation Celebrates One Year of Ram Lalla’s ‘Pran Pratishtha’

    Ayodhya Ram Mandir First Anniversary: Nation Celebrates One Year of Ram Lalla’s ‘Pran Pratishtha’

    প্ৰয়াগৰাজত অভিনেতা – ধনকুবেৰ ..

    প্ৰয়াগৰাজত অভিনেতা – ধনকুবেৰ ..

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
DONALD TRUMP OATH – আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ :

Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

তিনি তৰপীয়া হাৰত বাঢ়িব বিদ্যুৎ মাচুল ...

DONALD TRUMP OATH – আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ :

নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক শপত বাক্য পাঠ  কৰায় আমেৰিকা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জাষ্টিচ জন ৰাবাৰ্টছে। ৰাষ্ট্ৰপতিগৰাকীৰ এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব, বাৰাক অবামা, এলন মাস্ক, মাৰ্ক জুকাৰবাৰ্গ, মুকেশ আম্বানি উপস্থিত থাকে...

Khatang Khobor by Khatang Khobor
January 21, 2025
in political
0 0
Share on FacebookShare on Twitter

DONALD TRUMP OATH – আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ :

-১১ ডিগ্ৰী শীতকো নেওচি ৱাশ্বিংটন ডি চিৰ কেপিটেল ৱান এৰেনা ইনড’ৰ ষ্টেডিয়ামত সোমবাৰে নিশা ১০-৩০ বজাত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পে শপত লয় (DONALD TRUMP OATH )। আব্ৰাহাম লিংকনে ব্যৱহাৰ কৰা বাইবেল আৰু ট্ৰাম্পক মাতৃয়ে দি যোৱা বাইবেলত হাত থৈ ৰিপাব্লিকান ৰাষ্ট্ৰপতিজনে দায়িত্ব আৰু গোপনীয়তাৰ শপত লয়।

নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক শপত বাক্য পাঠ কৰায় আমেৰিকা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জাষ্টিচ জন ৰাবাৰ্টছে। ৰাষ্ট্ৰপতিগৰাকীৰ এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব, বাৰাক অবামা, এলন মাস্ক, মাৰ্ক জুকাৰবাৰ্গ, মুকেশ আম্বানি উপস্থিত থাকে। ইয়াৰ উপৰি দলীয় সতীৰ্থ, মাৰ্কিন শীৰ্ষস্থানীয় চৰকাৰী বিষয়া আদিকে ধৰি ভালেসংখ্যক অভ্যাগত উপস্থিত থাকে তেওঁৰ এই অনুষ্ঠানত।

ট্ৰাম্পে শপতগ্ৰহণ কৰিয়েই প্ৰায় ১০০টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বলৱৎকৰণৰ বাবে নিৰ্দেশ দিব আৰু ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ কথা অৱগত কৰে। তেওঁ কয় যে প্ৰথমে আমেৰিকা- মেক্সিকো সীমান্তত জৰুৰী অৱস্থা ঘোষণা কৰা হ’ব। ড্ৰাগছ সৰবৰাহকাৰীক সন্ত্ৰাসবাদী হিচাপে গন্য কৰা হ’ব বুলি ট্ৰাম্পে ঘোষণা কৰে।

ট্ৰাম্পে শপত লোৱাৰ লগে লগে যুদ্ধবাজ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগত এটা নতুন ধাৰাৰ সূচনা হ’ল বুলি ব্যাপক আশাৰ সঞ্চাৰ হৈছে। শপতগ্ৰহণৰ পূৰ্বে ৱাশ্বিংটনৰ বিজয় সভাত ট্ৰাম্পে কয়- আমেৰিকাই প্ৰতিটো ঐতিহাসিক সমস্যাৰ ঐতিহাসিক গতি আৰু শক্তিৰে সমাধান হ’ব। সৰ্যাস্তৰ পূৰ্বে দেশখনৰ ওপৰত বন্ধ হ’ব বাহিৰৰ পৰা চলা আক্ৰমণ।

ট্ৰাম্পে ঘোষণা কৰে যে পশ্চিম এছিয়াত ইজৰাইল আৰু পেলেষ্টাইনীৰ মাজৰ যুদ্ধ আৰু ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি অস্থিৰতা দূৰ কৰা হ’ব। লগতে তেওঁ কয়- আমেৰিকাত প্ৰৱেশ কৰা অপৰাধ চক্ৰসমূহক কঠোৰ হাতেৰে দমন কৰা হ’ব আৰু মেক্সিকো সীমান্তত অনুপ্ৰৱেশ আৰু চোৰাং কাৰবাৰ ৰোধৰ বাবে জৰুৰী পৰিস্থিতি জাৰি কৰা হ’ব।

তাৰোপৰি তৃতীয় লিংগক অস্বীকাৰ কৰে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ ঘোষণা কৰে যে এতিয়াৰে পৰা আমেৰিকাত মাত্ৰ দুটা লিংগ থাকিব। পুৰুষ আৰু মহিলা। তৃতীয় লিংগ বিলুপ্ত কৰা হৈছে। চৰকাৰী নীতি অনুসৰি এতিয়াৰে পৰা মাত্ৰ দুটা লিংগ আছে – পুৰুষ আৰু মহিলা।

তেওঁ কয়- মই সকলো চৰকাৰী চেঞ্চৰশ্বিপ তৎক্ষণাৎ সমাপ্ত কৰিবলৈ আৰু আমেৰিকাত মত প্ৰকাশৰ স্বাধীনতা ঘূৰাই আনিবলৈ এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিম। আজিৰ পৰা আৰম্ভ হ’বলগীয়া এই আদেশ মৰ্মে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ চৰকাৰী নীতি হ’ব যে মাত্ৰ দুটা লিংগ থাকিব- পুৰুষ আৰু মহিলা।

ইফালে ট্ৰাম্পৰ এই শুভ ক্ষণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে কয় – “আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ বাবে মোৰ প্ৰিয় বন্ধু ড’নাল্ড ট্ৰাম্পক অভিনন্দন। আমাৰ দুয়োখন দেশৰ হিত আৰু বিশ্বৰ উন্নত ভৱিষ্যত গঢ় দিয়াৰ বাবে পুনৰ এবাৰ একেলগে কাম কৰিবলৈ আগ্ৰহী। আগন্তুক কাৰ্যকালৰ সফলতাৰ বাবে শুভকামনা।”

Tags: DONALD TRUMP OATHInternationalNational
Previous Post

Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

Next Post

তিনি তৰপীয়া হাৰত বাঢ়িব বিদ্যুৎ মাচুল …

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

সুৰংগৰ জৰিয়তে কাশ্মীৰলৈ সন্থাসবাদী প্ৰেৰণ কৰি আহিছে পাকিস্তান।

সুৰংগৰ জৰিয়তে কাশ্মীৰলৈ সন্থাসবাদী প্ৰেৰণ কৰি আহিছে পাকিস্তান।

May 2, 2025
২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰত-ফ্ৰান্সৰ ।

২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰত-ফ্ৰান্সৰ ।

April 29, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist