ভয়ংকৰ তথা শিহৰণকাৰী দৃশ্য। তালিবানৰ আতংকত কাবুলৰ পৰা উৰা মৰা বিমানৰ পৰা পৰিল বহুকেইগৰাকী যাত্ৰী। যাত্ৰীৰে ভৰা বিমানত নিজকে বান্ধি লৈছিল বহু যাত্ৰীয়ে। কেমেৰাত আৱদ্ধ হৈ পৰিছে এই শিহৰণকাৰী দৃশ্য।
আফগানিস্তান (Afghanistan)ৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনী (US Army)ৰ প্ৰস্থানৰ পিছত তালিবান (Taliban) আফগানিস্তানত ক্ষমতা দখল কৰিছে। কি কাবুল (Kabul), কি ৰাষ্ট্ৰপতি ভৱন য’তে ত’তে তালিবানে তালিবান।
আফগানিস্তানৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা বিশ্ববাসীলৈ বাৰ্তা তালিবানৰ। আফগানিস্তাত থকা বিভিন্ন দেশৰ নাগৰিকক উদ্ধাৰৰ তৎপৰতা। মহিলা আৰু শিশুৰ প্ৰাণ এতিয়া তালিবানৰ বন্দুকৰ আগত।
Photo: Google




























Discussion about this post