ৰাজ্যত দিনক দিনে বৃদ্ধি হৈ গৈয়ে আছে ATM চুৰিকাণ্ড। এইবাৰ স্থান ছিপাঝাৰ। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ছিপাঝাৰ ঘোঁৰা বান্ধাত তিনিটাকৈ এটিম চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়।
দেওবাৰে নিশা এই চুৰিকাণ্ড ছিপাঝাৰৰ SBIৰ ATMত তিনিটাকৈ চুৰি কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমানো জানিব পৰা হোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত ATM কেইটাত এতিয়ালৈকে কিমান টকা আছিল। ছিপাঝাৰ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Photo & Input: দুলাল ডেকা
Discussion about this post