চন্দ্ৰযান-৩ মিছনকে ধৰি ৰকেট উৎক্ষেপণৰ কাউণ্টডাউনত কণ্ঠদান কৰা ইছৰোৰ বিজ্ঞানী ৱালামাথিৰ (Valarmathi) দেওবাৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।
চন্দ্ৰত ঐতিহাসিক অৱতৰণ চন্দ্ৰযান-৩ উৎক্ষেপণৰ কাউণ্টডাউন ঘোষণাৰ সময়ত শেষবাৰৰ বাবে ৱালামাথিৰ মিঠা মাতটো শুনা গৈছিল।
যোৱা ১৪ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-৩।
Discussion about this post