গণেশগুৰিস্থিত বি কে টাৱাৰৰ সন্মুখত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।
স্কুটীত অহা এগৰাকী মহিলাক শ্লীলতা হানিৰ চেষ্টা কৰে লগতে বেৰিকেড, দোকানৰ চাইনব’র্ড ভঙাৰো চেষ্টা কৰে এটা যুৱকৰ দলে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত পলায়ন কৰে চাৰি যুৱকে।
ধ্ৰুৱজ্যোতি দাস নামৰ এজন যুৱকক আটক কৰে আৰক্ষীয়ে।
Discussion about this post